কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খাৱৈkha.woiMaterial Noun
মাটিত থকা দীঘল দ খাল ।
A long narrow excavation in the earth.
- খাৱৈচkha.woisVerbal Adj.
সৰহকৈ খাদ্য খাব পৰা লোক
one who can eat much
- খাৱৈয়াkha.woi.yaVerbal Adj.
যি খায় বা খাদ্য গ্ৰহণ কৰে
one who eats or consumes food
- খাৱৰীয়াkha.wo.ri.yaVerbal Adj.
যি খায় বা খাদ্য গ্ৰহণ কৰে
one who eats or consumes food
- খিংখিঙনিkhiṅkhiṅaniNoun
কুকুৰৰ দৰে গেঙেৰি দি কোবা কথা; খং কৰি কোবা কথা
an angry or surly speech
- খিংখিঙাIntransitive verb
কুকুৰৰ দৰে গেঙেৰি দি কথা ক; খং কৰি কথা ক
to speak in an angry or surly tone
- খিংখিঙীয়াAdjective
অলপতে খং উঠা স্বভাবযুক্ত; সদায় খং কৰি বা গালি-শপনি পাৰি থকা
easily irritated; peevish
- খিংখিঙ্গীয়াkhing.khing.gi.yaProper Adj.
সঘনাই, সহজতে খং উঠা স্বভাৱৰ।
Becoming angry often and easily.
- খিকখিকkhik.khikProper Adj.
বৰকৈ মুখ নেমেলি বা মুখ চেপি হাঁহিলে হোৱাৰ নিচিনা শব্দ ৷
An imitative word used to express the sound of a suppressed laugh.
- খিকিন্দালিkhikindāliNoun
হাঁহি-মাতি কৰা ৰং-ধেমালি
mirth; merriment
- খিকিৰ্কিচীয়াkhikirkicīẏāAdjective
কিৰ্কিৰীয়া; খিচিৰা; গা-পাতল; চিঁয়া
thin; slender
- খিক্ খিক্khik, khikNoun
মুখ চেপি ধৰি হাঁহিলে যেনে শব্দ হয় তেনে শব্দ; খিল্খিল্
imitative word used to express the sound of a restrained laugh
- খিক্খিকনি
খিক্ খিক্ কৰা কাৰ্য্য
the act of producing the sound of a restrained laugh
- খিক্খিকাIntransitive verb
the titter
- খিচkhicaNoun
জন্ত্তৰ মূৰ আৰু গোবৰ মিহলি হৈ হোবা বোকা
dirt; mud or filth formed or urine and dung
- খিচনি
খিচ থকা ঠাই; গেৰেকনি
a dirty or filthy place
- খিচমিচkhis.misMaterial Noun
খাদ্য পৰিবেশন কৰিবলৈ ব্যৱহাৰ কৰা শুকান আঙুৰ; সাধাৰণতে পায়স, ক্ষীৰ, ৰসমালাই আদি বনাবলৈ ব্যৱহাৰ কৰা হয় ।
A grape of any of various sweet varieties dried in the sun or by artificial means, often used in cookery.
- খিচা-গীতkhicā-gītaNoun
যোৰা-নাম
jocular marriage songs
- খিচিংkhicimNoun
ইটাৰ ভটাত জুই লগোবা লাহি দীঘল লাগনী খৰি
thin long fire-wood for lighting fire in a brick kiln
- খিচিৰাkhicirāAdjective
ক্ষীণ; খিকিৰকিচীয়া; কিৰ্কিৰীয়া; লাহি; নলীয়া; চেৰেলা
lean; not plump; thin