← ফুৰি যাওক

খিংখিঙা

অৰ্থ

1.

কুকুৰৰ দৰে গেঙেৰি দি কথা ক; খং কৰি কথা ক

to speak in an angry or surly tone

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খিংখিঙা · অসমীয়া অভিধান