কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পদুমpadumaNoun
পদ্ম; ভেটৰ নিচিনা এবিধ ডাঙৰ সুগন্ধি ফুল
the lotus, both red and white; Nelumbium speciosum
- পদুম-নলা
এবিধ এন্দুৰীয়া ৰোগা
sinus affecting the lower extremity of the alimentary canal
- পদুম-পুখুৰীpo.dum-pu.khu.riCommon Noun
পদুমেৰে ভৰি থকা পখুৰী।
a pond full of lotus.
- পদুমণিpo.du.mo.niProper Noun
অধিক পদুম ফুল থকা ঠাই ৷
a place full of lotuses.
- পদুমনি
পদুম থকা ঠাই
a place abounding in lotus
- পদুমৰ চকাpo.du.mor so.kaMaterial Noun
পদুম ফুলৰ মাজ অংশত থকা বীজ-কোষ।
a pericarp of a lotus.
- পদুমৰ নলাpo.du.mor no.laMaterial Noun
পদুমৰ কোমল ঠাৰি
The soft stem of a lotus. It also stands for the root of lotus.
- পদুলি [সং. প্ৰতোলী], পদূলিpaduli
[saং., pratolī], padūli/hw> বি. মানুহৰ ঘৰলৈ সোমোবা বাটৰ সম্মুখ-ভাগ
a gateway
- পদূলিpo.du.liMaterial Noun
মানুহৰ ঘৰলৈ সোমোৱা বাটৰ সমুখ ভাগ|
An opening or entrance into someone's house.
- পদূলি-শুঙাpo.du.li-xu.ngaProper Adj.
আনৰ ঘৰে ঘৰে ঘুৰি ফুৰা মানুহ
one moving from door to door
- পদেpadeAdverb
একেবাৰেই; সমূলি
at all
- পদে পদেAdverb
প্ৰতি খোজত বা কথাত
at every step or instance
- পদে-প্ৰমাণে
মৌখিক আৰু লিখিত প্ৰমাণেৰে। সাখীয়ে- চাবুদে
by evidence, oral and written; every sort of evidence
- পদেনpo.denProper Adj.
বৰ্ত্তমান সময়ত উল্লেখিত পদবী বা বিষয়বাব লৈ থকা; যেনেঃ কাৰ্য্যবাহী পৰিষদৰ পদেন সদস্য
holding an indicated position, role, office, etc., currently
- পদোন্নতিNoun
চাকৰিত লাভ কৰা উন্নতি।
- পদোন্নতি দেpo.do`n.no.ti deVerb-Trans.
কাৰোবাক এতিয়াৰ পদ, বাবৰ পৰা ওখ খাপৰ পদ দিয়া৷
to move, upgrade somebody to a higher rank or senior position.
- পদোন্নীত কৰ্po.do`n.nit korVerb-Trans.
কাৰোবাক এতিয়াৰ পদ, বাবৰ পৰা ওখ খাপৰ পদ দিয়া৷
to move, upgrade somebody to a higher rank or senior position.
- পদ্ধতিpaddhatiNoun
ৰীতি; নিয়ম; আচাৰ; প্ৰণালী
usage; practice; custom
- পদ্ধতিগতpod.dho.ti.go.toProper Adj.
সুন্দৰকৈ সজোৱা বা শাৰী পাতি সজাই ৰখা
arranged or disposed in a neat, tidy manner or in a regular sequence
- পদ্মpadmaNoun
"পদুম" চোবাঁ।