← ফুৰি যাওক

পদ্ধতি

paddhati

অৰ্থ

1.

ৰীতি; নিয়ম; আচাৰ; প্ৰণালী

usage; practice; custom

বি.

2.

কোনো ধৰ্ম্ম-কাৰ্য্যৰ বিধি থকা পুথি; যেনে-"বিবাহ-পদ্ধতি"

a treatise dealing with the mode of performing a religious ceremony

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ