কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এপৰe.porAbstract Noun
দিন আৰু ৰাতিৰ এক অষ্টমাংশ
one eighth part of a day and night
- এপৰীয়াeparīẏāAdjective
নৈ, পুখুৰী আদিৰ এটা পাৰত থকা
living on one side or bank
- এফলীয়াephalīẏāAdjective
এফালৰ; এফালে থকা বা হোবা
affecting or pertaining to one side only; of one side
- এফলীয়া কাট্
একতীয়া হ; দাঁতিলৈ যা
to move to a side
- এফলীয়াকৈe.pho.li.ya.koiAdverb
এচুকৰপৰা আন চুকলৈ ।
joining opposite corners of a rectangle, square or other figure.
- এফালেProper Adj.
কোনো এটা দিশত
in or towards one way or direction
- এফালেওe.pha.leo`Adverb
কোনোফালে নোহোৱা; নঞৰ্থক শব্দ বাক্যত ব্যৱহাৰ হয়|
In no manner or degree; always followed by a negatives and means.
- এফেৰিমানe.phe.ri.manProper Adj.
আকাৰ বা পৰিসৰৰ ক্ষেত্ৰত গড় হিচাপতকৈ কম
Being below the average in size or magnitude.
- এবছৰীয়াe.bo.so.ri.yaVerbal Adj.
মাত্ৰ এক বছৰৰ বাবে বাহাল থকা
in force for one year only
- এবটালিebaṭāliNoun
এখুন্দা; এপিটন; এসেকা
a beating; a thrashing; chastisement
- এবমস্ত্তebamastta
সেয়ে হক; তথাস্ত্ত; যেনে -"এবমস্ত্ত বুলি সীতা থাকিলা বিমনে" (মা. ক. লঙ্কাকাণ্ড)।
- এবম্প্ৰকাৰেebamprakāreAdjective
এই প্ৰকাৰে; এই ৰমকে; এনেকৈ
in this way
- এবম্বিধebambidhaAdjective
এনেকুবা; যেনে-"এবম্বিধ কুশল আনত হস্তে নাই" (ৰত্নাবলী)
like this; similar
- এবম্ভূতebambhūtaAdjective
এনেকুবা; যেনে-"এবম্ভূত জ্ঞান সৰ্ব্বভুততে আত্মদৱষ্টি মোক্ষসাধন" (ক. গী.)।
- এবলebalaNoun
এবাৰ শক্তি বা ক্ষমতা লগোবা বা প্ৰয়োগ কৰা; শক্তি বা ক্ষমতাৰ প্ৰমাণ চোবা; যেনে-"ময়ো তাৰ লগত এবল যুঁজি চাব পাৰো"
a chance trial or strength
- এবাঁebām̐Noun
দৈ নোহোবা (গাখীৰ)
not curdled (as milk)
- এবাঁ চৰ্
এবাঁ বেছি হ বা পক্
to have a severe form of polypus
- এবাঁ ভাগ্
এবাঁ পকি নাকৰপৰা তেজ ওলা
to bleed from the nose
- এবাঁ হ
এবাঁ ৰোগে ধৰ্
suffer from polypus
- এবাইছebāichaAdjective
এপিটন; এসেকা
a thrashing or beating; punishment