← ফুৰি যাওক

এবাঁ

ebām̐

অৰ্থ

1.

দৈ নোহোবা (গাখীৰ)

not curdled (as milk)

বি.

2.

কোমল বা কমবয়সীয়া; যৌবন-কাল নোপোবা; যেনে -"এবাঁ ল'ৰা-ছোবালী"

young; of immature age

বি.

3.

গাত ফুল নবচা; উকা; যেনে-"এলাঁ টেকেলি; এবাঁ গামোছা"

un- ornamented

বি.

4.

কেঁচা; নিসিজোবা; যেনে-"এবাঁ লাৰু; এবাঁ সূতা"

unboiled; unsized

বি.

5.

নাকৰ ভিতৰত তেজ গোট খাই মূৰ-কামোৰণি আদি হোবা ৰোগ

a polypus or swelling in the nostrill, due to accumulation of blood

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ