কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰাউচি-জুৰিrau.si-ju.riAdverb
ডাঙৰকৈ শব্দ কৰি (কান্দ্)
(to cry) with relatively high volume
- ৰাউণীrāuṇīNoun
চিয়ঁৰি কন্দা বা দন্দ্ কৰা তিৰী বা ছোবালী
a woman or girl screaming loudly
- ৰাউলrāulaNoun
পতি; গৰাকী; যেনে-"মনত গুণন্ত বসি জগতৰ ৰাউল" (কীৰ্ত্তন); "তোৰ মই হুইবো আজি বাপেৰৰ ৰাউল (মা. ক., লঙ্কাকাণ্ড)।
- ৰাওrāoNoun
শব্দ; মাত; আৰাও; চিয়ঁৰ
a noise; a scream
- ৰাও কাঢ়্
শব্দ কৰ্
to utter any sound
- ৰাও জোৰ্
ৰাও বান্ধ্ আটাহ পাৰি কান্দ্
to cry loudly
- ৰাও বান্ধ্rao` bandhVerb-Intran.
ডাঙৰকৈ শব্দ কৰি কান্দ্
to cry loudly
- ৰাওনাrāonāNoun
যাত্ৰা; গমন।
- ৰাওনা কৰ্
যাত্ৰা কৰ্
to start journey
- ৰাওনা হrao`.na hoVerb-Intran.
যাত্ৰা বা ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰ্
to begin or embark on a journey
- ৰাওমুবাrāomubāAdjective
দন্দ্-হাই কৰা; চিয়ঁৰি চিয়ঁৰি সকলোৰে সৈতে দন্দ্ কৰা
quarrelsome
- ৰাওমুৱাrao`.mu.waProper Adj.
কিবা এটা বেয়া হোৱাৰ সংকেত দিয়া।
showing signs that something bad will happen.
- ৰাকেশra.kexMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- ৰাক্ষসrākṣasaNoun
দেবতাৰ শত্ৰু আৰু মানুহৰ অনিষ্টকাৰী জীব- বিশেষ
a titan; a demon
- ৰাক্ষসগণra.khyox.gonAbstract Noun
জ্যোতিষ শাস্ত্ৰমতে জন্মৰ সময় অনুসৰি জাতকৰ শ্ৰেণী বিশেষ, ৰাক্ষসৰ দৰে গুণ বা চৰিত্ৰ থকা লোক
an astrological classification whereby demonish qualities are attributed to a person depending on the time of birth.
- ৰাক্ষসেন্দ্ৰrākṣasendraNoun
ৰাক্ষসৰ ইন্দ্ৰ বা ৰজা; ৰাবণ
the demon king; Rāvana
- ৰাক্ষসেশ্বৰrakhyo.xe.sworProper Noun
ৰামায়নত থকা লংকাৰ এজন ৰাক্ষসৰ ৰজা৷ দহটা মূৰ আৰু বিশখন হাত আছিল আৰু সীতাক অপহৰণ কৰাৰ বাবে ৰামচন্দ্ৰৰ হাতত মৃত্যু হয়৷
Ravana was ten-headed, twenty-armed mythical king of ancient Sri Lanka. with great supernatural power, who is said to have ruled Lanka about 6000 years ago. He plays a major role in Hindu mythology, especially in the Ramayana, where he is mainly depicted negatively as a brute, and most infamously as having kidnapped Rama's wife Sita and being killed by her husband.
- ৰাক্ষীra.khyiProper Noun
বায়েক, ভনীয়েকৰ সৈতে ভায়েক আৰু ককায়েকৰ মধুৰ সম্পৰ্ক উদযাপন কৰি পতা এটা হিন্দু উৎসৱ৷ এইদিনা ভনীয়েক বা বায়েকে ভায়েক আৰু ককায়েকৰ হাতৰ বন্ধনীত ৰাক্ষী বান্ধি তেওঁলোকৰ সুৰক্ষা কামনা কৰে আৰু ককায়েক ভায়েকেও বায়েক, ভনীয়েকক সকলো সময়তে নিৰাপত্তা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে৷
A Hindu festival that celebrates the relationship between brother and sister. On this day sisters tie a rakhi (a type of decorated wristlet) on the wrist of their brothers who reciprocate it with a pledge to protect them. This festival reinforces the firm and loving relationship between sisters and brothers.
- ৰাখন্তাrākhantāNoun
ৰক্ষা কৰোঁতা; ৰাখোঁতা
a protector; a saviour
- ৰাখাইনra.khainProper Noun
এখন পুৰণা দেশ আৰু বৰ্তমানৰ ম্যানমাৰৰ এখন প্ৰদেশ৷ বাংলাদেশৰ চিটাগং পাহাৰৰ পূব-দক্ষিণ দিশত৷
An ancient state and present day province of Myanmar bordering Chittagong hill of Bangladesh.