ৰাওমুবা
rāomubā
অৰ্থ
1.
দন্দ্-হাই কৰা; চিয়ঁৰি চিয়ঁৰি সকলোৰে সৈতে দন্দ্ কৰা
quarrelsome
বিণ.
2.
আসুৰিক গুণ থকা; কুলক্ষণীয়া [গৰু-ঘোঁৰাৰ চকুৰ তললৈ বৈ পৰা ফোঁট থাকিলে ৰাওমুবা বোলে।]
demoniac; ill-natured; having inauspicious signs on the face
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ