কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সত্বৰতাxot.wo.ro.taAbstract Noun
গতিৰ ক্ষিপ্ৰতা বা খৰ অৱস্থা
swiftness of motion
- সত্বৰেsatbareAdverb
শীঘ্ৰে; ততালিকে; বেগতে
quickly
- সত্যsatyaAdjective
সঁচা। যথাৰ্থ
real; true
- সত্য নিৰূপণVerbal Noun
কোনো তথ্যৰ শুদ্ধতা বা সত্যতা নিৰূপণ কৰা কাৰ্য্য বা প্ৰক্ৰিয়া
the process of research, examination, etc., required to prove or establish authenticity or validity
- সত্য-সন্ধানীxo.tyo.xon.dha.niCommon Noun
যি প্ৰকৃত জ্ঞান বা সত্যৰ সন্ধানত থাকে ৷
one who searches for truth, knowledge or reality.
- সত্যঙ্কাৰxo.tyong.karAbstract Noun
কোনো কাম কৰিবলৈ (অথবা নকৰিবলৈ)কঠোৰ সিদ্ধান্ত লোৱা কাৰ্য্য|
A verbal commitment by one person to another agreeing to do (or not to do) something in the future.
- সত্যতাxo.tyo.taAbstract Noun
প্ৰকৃততে থকা বা ঘটা অৱস্থা বা গুণ; কাল্পনিক, আদৰ্শ বা কাহিনীভিত্তিক হোৱাৰ সলনি সঁচা বা আচল
the state or quality of being existing or occurring as fact; actual rather than imaginary, ideal, or fictitious
- সত্যতা সাৰণীAbstract Noun
সত্যতা সাৰণী
সত্যতা সাৰণী
- সত্যনাৰায়ণxo.tyo.na.ra.yonProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- সত্যনাৰায়ণ পূজাxo.tyo.na.ra.yon pu.jaProper Noun
হিন্দুৰ অন্যতম প্ৰধান দেৱতা শ্ৰীবিষ্ণুক কৰা পূজা৷
a puja for Lord Vishnu.
- সত্যনিষ্ঠxo.tyo.nis.thoProper Adj.
সঁচা কথা কোৱা বা সত্য পথত থকা
expressing the real fact conforming to truth
- সত্যপৰায়ণxo.tyo.po.ra.yonProper Adj.
সঁচা কথা কোৱা বা সত্য পথত থকা
expressing the real fact conforming to truth
- সত্যবতীsatyabatīNoun
ব্যাসৰ মাক; "পৰাশৰ" চোবাঁ।
- সত্যবাদিতাxo.tyo.ba.di.taAbstract Noun
সদায় সঁচা কথা কোৱা স্বভাৱ
the quality of being truthful or always speaking the truth
- সত্যবাদীxo.tyo.ba.diProper Adj.
সঁচা কথা কোৱা বা সত্য পথত থকা
expressing the real fact conforming to truth
- সত্যবানsatyabānaNoun
সাবিত্ৰীৰ স্বামী [এওঁ মৰিলত সাবিত্ৰীয়ে নিজ পুণ্যৰ বলেৰে তেওঁৰু জীয়ায়।]
the husband of Savitri, a woman famous for chastity
- সত্যব্ৰতীProper Adj.
সঁচা কথা কোৱা বা সত্য পথত থকা
expressing the real fact conforming to truth
- সত্যভামাsatyabhāmāNoun
সত্ৰাজিতৰ কন্যা; কৱষ্ণৰ এজনা ভাৰ্য্যা
a wife of Krsna
- সত্যমProper Adj.
প্ৰকৃত তথ্যৰ সৈতে সম্পূৰ্ণ মিল থকা
Consistent with fact or reality
- সত্যযুগxo.tyo.jugAbstract Noun
An ancient era or period in Hindu mythology when man did not learn to tell lies. There were believed to be always truthful.