কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভালেটিমানbhāleṭimānaAdjective
বহুত
much; of a large number
- ভালেতোbhāletoAdverb
এই কাৰণেহে
that is why
- ভালেমানbhālemānaNoun
অনেক; বহুত
much; many
- ভালেহেbhāleheAdverb
ভালেতো।
- ভালৰিbhālariNoun
বন্ধুতা; মিল
friendship
- ভালৰি বোলাbha.lo.ri bo`.laVerb-Trans.
কাৰোবাক মন ভাল লগোৱা কথা কোৱা যাতে সেই কথা শুনি সন্তুষ্ট হৈ তেওঁ কওঁতাৰ কিবা উপকাৰ সাধে৷
to say nice, pleasant things but not in a sincere/honest way, to somebody so that s/he is pleased and does something for you.
- ভালৰি বোলা, ভাল বোলা
তোষামোদ কৰ্; আনৰ মনত সোমা; বন্ধুতা কৰ্
to be considered worthy of one's liking; to engraft oneself in another's favour; to make friends
- ভালৰি লগাbha.lo.ri lo.gaVerb-Trans.
কাৰোবাক মন ভাল লগোৱা কথা কোৱা যাতে সেই কথা শুনি সন্তুষ্ট হৈ তেওঁ কওঁতাৰ কিবা উপকাৰ সাধে৷
to say nice, pleasant things but not in a sincere/honest way, to somebody so that s/he is pleased and does something for you.
- ভালৰি লগোৱাVerbal Adj.
আনে ভাল পাবলৈ কোৱা (কথা)
(something) told to please others
- ভাষ-ভুষbhāṣa-bhuṣaNoun
মিছা-মিছি কথা; যেনে-"এৰিয়া ভাষ-ভুষ যত কাম নিৰন্তৰে নৰে ঘোষিত ৰাম" (শ্ৰীৰামকীৰ্ত্তন)।
- ভাষণbhāṣaṇaNoun
কথা কোবা; কথন
the act of speaking
- ভাষাbhāṣāNoun
কোনো দেশৰ মানুহ বা জাতিয়ে মনৰ ভাব প্ৰকাশ কৰা কথা
language
- ভাষা ব্যৱহাৰCommon Noun
ব্যক্তিয়ে এটা ভাষা কোৱাৰ প্ৰকৃত কাৰ্য্য, যিটো এটা জনগোষ্ঠীয়ে প্ৰতিদিনে কোৱা কথাত প্ৰকাশ পায়।
the actual, concrete act of speaking a language by individuals, which is a community manifests in its everyday speech
- ভাষা শিক্ষণbha.xa xi.khyonAbstract Noun
ভাষা কেনেদৰে শিকাব পাৰি বা শিকাই, এই শিক্ষা কেনেদৰে ফলপ্ৰসু কৰিব পাৰি আদিৰ সৈতে জড়িত তাত্বিক আৰু ব্যৱহাৰিক বিষয় ক্ষেত্ৰ৷
a discipline dealing with theoretical and practical aspects of teaching languages.
- ভাষা-কালানুক্ৰমিক বিজ্ঞানbha.xa-ka.la.nu.kro.mik bi.gyanAbstract Noun
A part of lexicostatistics dealing with the chronological relationship between languages.
- ভাষা-তত্ত্বNoun
ভাষাৰ মূল আৰু পৰিবৰ্ত্তন সম্বন্ধে জ্ঞান
philology
- ভাষা-তাত্ত্বিকbhāṣā-tāttbikaNoun
পুথি বা শিলা-লিপিৰ পাঠ নাইবা ভাষাৰ মাজেদি সংস্কৱতিৰ আলোচনা কৰা লোক
philologist
- ভাষা-বিজ্ঞানbhāṣā-bijñānaNoun
ভাষাৰ প্ৰণালীবদ্ধ আলোচনা
linguistics
- ভাষা-বিজ্ঞানবিদ্bhāṣā-bijñānabidNoun
ভাষাক প্ৰণালীবদ্ধভাবে অধ্যয়ন কৰি আলোচনা কৰা লোক
linguist
- ভাষাগতbha.xa.go.toProper Adj.
ভাষা বা ভাষাতত্ব সম্বন্ধীয়
related to linguistics or languages