← ফুৰি যাওক

ভালৰি বোলা, ভাল বোলা

অৰ্থ

1.

তোষামোদ কৰ্; আনৰ মনত সোমা; বন্ধুতা কৰ্

to be considered worthy of one's liking; to engraft oneself in another's favour; to make friends

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভালৰি বোলা, ভাল বোলা · অসমীয়া অভিধান