কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধোন্দালAdjective
ধোন্দ থকা; ফোঁপোলা
hollow
- ধোন্দোলাAdjective
ধোন্দ থকা; ফোঁপোলা
hollow
- ধোপdhopaNoun
ধোবন; যেনে-"এইখন কাপোৰত কেইবাটাও ধোপ পৰিছে"
a washing
- ধোবdhobaNoun
ধোবন; যেনে-"এইখন কাপোৰত কেইবাটাও ধোপ পৰিছে"
a washing
- ধোবনdhobanaNoun
ধোবা কাৰ্য্য
the act of washing
- ধোবাdhobāNoun
কাপোৰ ধুই প্ৰবৰ্ত্তা মানুহ
a washer-man
- ধোবা-মূলাdhobā-mūlāAdjective
টকলা।
- ধোবা-লতাdhobā-latāNoun
আন গছৰ গাত হোবা এবিধ লতা-চানেকীয়া সৰু গছ
a kind of parasite plant
- ধোবাংdhobāmNoun
হাত-ভৰি মেলি দীঘল হৈ পৰা কাৰ্য্য
the act of lying at full length
- ধোবাং জোৰ্, ধোবাং দি
ভাগৰ বা অসুখৰ বাবে হাত-ভৰি মেলি দীঘল হৈ পৰ্
to lie at full length owing to fatigue or indisposition
- ধোবাং বাংdho`.bang bangVerbal Adj.
(ক) চোৱা, লৰচৰ কৰা বা ভিতৰুৱা আয়োজনত বাধা নথকা(খ) বন্ধ কৰি ৰাখিব পৰা কোনো পথৰ মাজেদি অহা-যোৱা কৰাৰ সুবিধা কৰি দিয়া
[a] free of obstructions to sight, movement, or internal arrangement[b]set so as to permit passage through the opening it can be used to close.
- ধোবাংবাংdhobāmbāmAdjective
একেবাৰে মুকলি; যেনে-"আগফালে মাৰে দাং, পাছ ফালে ধোবাংবাং।"
- ধোবাৰ পাটdhobāra, pāṭaNoun
ধোবাই কাপোৰ ধোবা ডাঠ পাট
a wash- board
- ধোৱনdho`.wonVerbal Noun
ধোৱা কাৰ্য
the act of washing something
- ধোৱা-মূলাdho`.wa-mu.laProper Adj.
মূৰত চুলি নথকা।
without hair especially on the head.
- ধৌ ধৌ কৰেdhau, dhau, kareAdverb
ধুই পৰিষ্কাৰ বা বগা কৰাৰ নিচিনা; নিৰ্ম্মলৰূপে (বগা)
cleanly
- ধৌতdhauta
কৱদ. বিণ. ধুই নিকা কৰা; পৰিষ্কাৰ কৰা
washed clean
- ধৌতকৰণdhou.to.ko.ronVerbal Noun
ধোৱা কাৰ্য
the act of washing something
- ধৌতাকাৰAdjective
পৰিষ্কাৰ অৰ্থাৎ বগা আকাৰ
white
- ধৌতিdhou.tiVerbal Noun
ধোৱা কাৰ্য
the act of washing something