← ফুৰি যাওক

ধোবাৰ পাট

dhobāra, pāṭa

অৰ্থ

1.

ধোবাই কাপোৰ ধোবা ডাঠ পাট

a wash- board

বি.

2.

টকলা; যেনে-"গৰুবে ধান খাই গোটেইখন ধোবাৰ পাট কৰিলে;"

bare

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ধোবাৰ পাট · অসমীয়া অভিধান