কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চল-কৰcala-karaNoun
অহা-যোবা; খোবা-লোবা; খোবা-বোবা; চলাচল
social intercourse
- চলংcalamNoun
কাছৰ পিঠিৰ বা বুকুৰ হাড়
a tortoise-shell (upper and lower)
- চলঅৰ্থAbstract Noun
মুদ্ৰা, কাগজৰ ধন আদিকে ধৰি বিনিময়ৰ যিকোনো প্ৰচলিত মাধ্যম।
any circulating medium of exchange, including coins, paper money, and demand deposits.
- চলকso.lokAbstract Noun
যি ৰাশিৰ মান পৰিবৰ্তন হৈ থাকে
a quantity or function whose value can change
- চলক-ভলকso.lok-bho.lokProper Adj.
আবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰা অৱস্থা৷
unable to be stationary and focused as very lively and energetic
- চলকঢৌso.lok.dhouProper Adj.
আবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰা অৱস্থা৷
unable to be stationary and focused as very lively and energetic
- চলক্-ভলকcalak-bhalakaAdjective
চঞ্চল; অস্হিৰ; টটাটিঙা (বেয়া ভাবত)
fickle; unsteady
- চলক্ঢৌcalakḍhauAdjective
পানীৰ ঢৌৰ নিচিনা চঞ্চল; অস্হিৰ
unsteady; fickle
- চলঙাcalaṅāAdjective
ঠাইতে দ নহৈ ক্ৰমাত ্ দ হৈ যোবা অৰ্থাৎ কাছৰ পিঠিৰ চলঙৰ ভিতৰ ফালৰ নিচিনা (পানী); হেলনীয়া
not precipitious but descending or becoming deep gradually
- চলঙুবাcalaṅubāAdjective
কাছৰ পিঠিৰ দৰে মাজ-ওখ, দাঁতিলৈ ক্ৰমে চাপৰ; দুৰা-পিঠীয়া
high in the middle and sloping towards the sides; gradually sloping on either side
- চলঙুৱাso.lo.ngu.waProper Adj.
দুৰা-কাছৰ পিঠিৰ দৰে মাজ ওখ আৰু দুয়োফালে ক্ৰমান্বয়ে চাপৰ |
Curving or bulging outward, like the exterior of a circle
- চলচলsol.solProper Adj.
চকুপানীৰে ভৰা (চকু)
(eyes) full of tears for an expressed unhappy event
- চলচলীয়াsol.so.li.yaProper Adj.
চকুপানীৰে ভৰা (চকু)
(eyes) full of tears for an expressed unhappy event
- চলচিত্ৰso.lo.sit.roAbstract Noun
ভিডিও কেমেৰাৰে বাণীৱদ্ধ কৰা এক নাটক
a drama captured by video camera
- চলচিত্ৰ অনুৰাগীCommon Noun
চলচিত্ৰ ভাল পোৱা লোক৷চলচিত্ৰ প্ৰেমী, চলচিত্ৰ অনুৰাগী৷
a person who is fond of motion pictures.
- চলচিত্ৰ প্ৰেমীCommon Noun
চলচিত্ৰ ভাল পোৱা লোক৷চলচিত্ৰ প্ৰেমী, চলচিত্ৰ অনুৰাগী৷
a person who is fond of motion pictures.
- চলচিত্ৰীয়Proper Adj.
ছবি বা ভিডিঅ’ৰ দৃশ্যগত গুণ বা নান্দনিকতা৷
the visual qualities or aesthetics of a film or video.
- চলথcalathaNoun
তল-ওপৰ; পাত পাত কৰি কৰা বিচাৰ
minute of sifting investigation
- চলনcalanaNoun
গমন; খোজ কঢ়া
the act of moving or walking; gait
- চলন ক্ষমতাsolon khyo.mo.taAbstract Noun
এঠাইৰ পৰা আন ঠাইলৈ যাব পৰা ক্ষমতা বা সামৰ্থ্য
the ability to move from one place to the other