চলং
calam
অৰ্থ
1.
কাছৰ পিঠিৰ বা বুকুৰ হাড়
a tortoise-shell (upper and lower)
বি.
2.
কাছৰ গাৰ দাঁতিৰ কোমল মাংস
the soft flesh or the cartilaginous surrounding the edge of a turtle's body
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ