কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খাড়ীkhāṛīNoun
কৰ; হাত-ভৰি আদিত ঘঁহনি খাই কাঠ বন্ধা; চিন; যেনে-"এষে খাড়ী বান্ধিলেক সেহি কৰতল" (বিৰাটপৰ্ব্ব)
a corn
- খাৰkhāraNoun
অধিক পৰিমাণে লোণৰ গুণ থকা ছাই; ছাই- খাৰ; [ই কেইবাবিধৰো; যেনে-কল-খাৰ, ছাই-খাৰ, আৰু গোটা-খাৰ।]
alkali; potash or soda; carbonate of potash
- খাৰ উঠ্
খাবৰ উপযুক্ত হৈ অপৰিষ্কাৰ বা অপকাৰী হ; যেনে-"বিলত খাৰ উঠি মাছ মৰিছে"
to possess alkaline properties (said of water)
- খাৰ কাঢ়্
খাৰণিত সিজাই খাৰ বা লোণৰ গুণ গুচা (সূতা কাপোৰ আদি)
to remove the alkaline properties by boiling in an alkaline solution
- খাৰ-ঘৰkhāra-gharaNoun
ৰণৰ সঁজুলি বিশেষকৈ হিলৈৰ খাৰ ৰখা ঘৰ
a magazine
- খাৰ-ছাইkhar-saiCommon Noun
a woman who engages in sexual intercourse for money
- খাৰ-জিলিকনিkhāra-jilikaniNoun
বিজুলীৰ পোহৰ
lightning flash
- খাৰ-জ্বৰkhāra-jbaraNoun
জ্বৰ আৰু গ্ৰহণী
dysentery
- খাৰ-মাটিkhāra-māṭiNoun
এবিধ খাবৰ গুণ থকা বগা মাটি (কাপোৰ আদি ধোবাত ব্যবহাৰ হোবা); চাজি-মাটি
Fuller's earth
- খাৰ-হাঁহkhāra-hām̐haNoun
এবিধ সৰু বনৰীয়া পানী-হাঁহ
a kind of wild duck
- খাৰখৰীয়া ফুকন
আহোম ৰজাৰ খাৰ-ঘৰৰ অধিকাৰ।
- খাৰগাঁঠিkhar.ga~.thiProper Noun
ভৰিৰ পতা আৰু বাকী অংশৰ মাজৰ জোৰা, য’ত ভৰিখন দুই ভিন্ন সমতলত লৰচৰ কৰে৷
the joint between the foot and the leg, in which movement occurs in two planes.
- খাৰঘৰkhar.ghorAbstract Noun
অস্ত্ৰ-শস্ত্ৰ জমা কৰি ৰখা ঠাই
Place for the storage of weapons and ammunitions
- খাৰঘৰীয়া
আহোম ৰজাৰ দিনত খাৰ ঘৰত কাম কৰা আৰু খাৰ-ঘৰ-ৰখীয়া এটা খেল
a class of people during the Āhom king's time, whose duties were to work in and take care of the magazine
- খাৰছাইkhārachāiNoun
বেশ্যা।
- খাৰণিkhāraṇiNoun
খাৰ সৰাই উলিওবা পানী; খাবৰ পানী
a solution of potash; alkaline solution
- খাৰণি সৰাkha.ro.ni xo.raVerb-Intran.
খাৰত পানী দি খাৰ-পানী বাহিৰ কৰ্
to remove substances from (alkali) by a percolating liquid (water)
- খাৰণি-ছটাNoun
খাৰণি সৰাই অঁতোবা ছাইৰ চপৰা
the refuse of potash ashes left after leaching
- খাৰণি-সঁতাkhāraṇi-sam̐tāNoun
খাৰণি চেকা বা সৰোবা সঁজুলি
a basket or vessel in which ashes are leached
- খাৰধিkhāradhiNoun
আঞ্জা খোবা শাক বা পাচলি
vegetables for cooking