← ফুৰি যাওক

খাৰ

khāra

অৰ্থ

1.

অধিক পৰিমাণে লোণৰ গুণ থকা ছাই; ছাই- খাৰ; [ই কেইবাবিধৰো; যেনে-কল-খাৰ, ছাই-খাৰ, আৰু গোটা-খাৰ।]

alkali; potash or soda; carbonate of potash

বি.

2.

খাৰণি দি ৰন্ধা আঞ্জা

a dish seasoned with alkali

বি.

3.

হিলৈৰ খাৰ

gun-powder

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খাৰ · অসমীয়া অভিধান