কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সতীসাৱিত্ৰীxo.ti.xa.wi.triCommon Noun
স্বামীক সেৱা কৰাকেই জীৱনৰ ধৰ্ম বুলি ভবা তিৰোতা।
a woman who is very much dedicated and committed to her husband.
- সতীয়া বাইxo.ti.ya baiCommon Noun
কাৰোবাৰ সতীয়া মাক বা সতীয়া বাপেকৰ জীয়েক৷
the daughter of somebody's stepmother or stepfather from an earlier marriage.
- সতীয়া ভনীxo.ti.ya bho.niCommon Noun
কাৰোবাৰ সতীয়া মাক বা সতীয়া বাপেকৰ জীয়েক৷
the daughter of somebody's stepmother or stepfather from an earlier marriage.
- সতীৰ্থsatīrtha
একে গুৰুৰ শিষ্য; হৰি-ভকত
a fellow disciple
- সতৃষ্ণxo.tris.noProper Adj.
ধৈৰ্য্যবিহীন হৈ কিবা জানিবলৈ বা পাবলৈ বিছৰা
impatiently wanting to know/have more of something
- সতেxo.teConjuction
একেলগ হৈ; কোনো বিশেষ সম্পৰ্ক ৰাখি
accompanied by; in some particular relation to
- সতেজsatejaAdjective
বলবান; শক্তিশালী।
- সতোদায়Adverb
সকলো সময়তে; যিকোনো সময়তে আৰু প্ৰতিটো ক্ষণতে
At all times; all the time and on every occasion.
- সতোদয়xo.to`.doyAdverb
সকলো সময়তে; যিকোনো সময়তে আৰু প্ৰতিটো ক্ষণতে
At all times; all the time and on every occasion.
- সত্-কৰ্মNoun
সজ কাম; পুণ্য কৰ্ম্ম, যি কৰ্ম্মৰপৰা মঙ্গল, ধৰ্ম, পুণ্য আদি ওপজে
a virtuous act
- সত্-কৰ্ম্মNoun
সজ কাম; পুণ্য কৰ্ম্ম, যি কৰ্ম্মৰপৰা মঙ্গল, ধৰ্ম, পুণ্য আদি ওপজে
a virtuous act
- সত্কাৰNoun
মান; আদৰ; সেবা-শুশ্ৰূষা; সম্মান
civility; respect; hospitable treatment
- সত্তাsattāNoun
স্হিতি; অস্তিত্ব; যেনে-"ঈশ্বৰৰ সত্তা"
existence
- সত্ত্বsattbaNoun
ত্ৰিগুণৰ এক গুণ; সাত্ত্বিক গুণ; নম্ৰ আৰু শান্ত গুণ
one of the inherent qualities of man; the quality of goodness
- সত্ত্বেsattbeIndeclinable
তথাপি; তো. যেনে-"জ্বৰ থকা সত্ত্বেও সি ভাত খালে"
in spite of
- সত্ত্ৰধিকাৰsattradhikāraNoun
সত্ত্ৰৰ অধিকাৰী; . সত্ত্ৰীয়া বিণ. সত্ত্ৰ সম্বন্ধীয়
the head of Vaisnava monastery in Assam ; reating to a Vaisnava monastery
- সত্ত্ৰধিকাৰীsattradhikārīNoun
সত্ত্ৰৰ অধিকাৰী; . সত্ত্ৰীয়া বিণ. সত্ত্ৰ সম্বন্ধীয়
the head of Vaisnava monastery in Assam ; reating to a Vaisnava monastery
- সত্তৰxot.torAbstract Noun
তিনি কুৰি আৰু দহ - ৭০ ৷
The cardinal number equal to the sum of sixty and ten - 70.
- সত্তৰিsattariNoun
"সত্তৰ" চোবাঁ।
- সত্বেওxo.tweuConjuction
কোনো কথাৰ ওপৰত নিৰ্ভৰ নকৰি
Regardless of the fact that