সত্ত্ব
sattba
অৰ্থ
1.
ত্ৰিগুণৰ এক গুণ; সাত্ত্বিক গুণ; নম্ৰ আৰু শান্ত গুণ
one of the inherent qualities of man; the quality of goodness
বি.
2.
ৰস; স্বাদ; যেনে-"আঠ মাস শুষি নিলে পৱথিবীৰ সত্ত্ব" (দশম)।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ