কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভালকৈbhal.koiAdverb
done without errors or mistakes
- ভালপোৱাbhalpo`.waAbstract Noun
কোনো ব্যক্তিৰ প্ৰতি ভালপোৱা আৰু আবেগৰ এক গভীৰ, সুকোমল, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা অনুভূতি
A deep, tender, ineffable feeling of affection and solicitude toward a person
- ভালবাৰুbhal.ba.ruInterjection
কিবা সোধোঁতে বা উত্তৰ দিওঁতে ইতিবাচক অব্যয় হিচাপে ব্যৱহাৰ হয় ৷
phrase used to affirm or assure that everything is fine OR to agree with sb.
- ভালমতেbhal.mo.teAdverb
done without errors or mistakes
- ভালুকbhālukaNoun
এবিধ নোমাল জন্ত্ত
a bear
- ভালুক-জ্বৰ
বৰকৈ কঁপি উঠা জ্বৰ।
- ভালুকপুংbha.luk.pungProper Noun
অসম অৰুণাচল সীমাত থকা, তেজপুৰৰ পৰা ৫৬ কিমি দূৰৰ এখন উল্লেখযোগ্য ঠাই৷
An important place in Assam Arunachal Border, 56 km from Tejpur.
- ভালুকী নাচNoun
বিকৱত নাচ।
- ভালুকীয়াNoun
গৰুৰ খুৰা দীঘল হৈ খোজ কাঢ়িব নোবৰা ৰোগ।
- ভালেbhāleAdverb
কুশলে; নিৰাপদে; মঙ্গলে
well; with safety; without misfortune
- ভালে দিনbhāle, dinaNoun
বহুদিন
many days
- ভালে বেলি
ভালেমান বেলি; বহুত বেলি
pretty long time; many hours
- ভালে ভালেbhāle, bhāleAdverb
আপদ বা অপমান নৌ হওঁতেই
while yet in safety or good esteem
- ভালে-খানিbha.le’.kha.niProper Adj.
বিশাল সংখ্যা বা পৰিমাণত
in large numbers or quantities
- ভালে-খিনিbha.le’.khi.niProper Adj.
বিশাল সংখ্যা বা পৰিমাণত
in large numbers or quantities
- ভালে-ভালেbha.le-bha.leAdverb
আপদ নোহোৱাকৈ, মঙ্গলে থকাকৈ ।
without misfortune, without being harmed, damaged or lost.
- ভালে-মান্bha.le’.manProper Adj.
বিশাল সংখ্যা বা পৰিমাণত
in large numbers or quantities
- ভালে-সংখ্যকbha.le’.xong.khyokProper Adj.
বিশাল সংখ্যা বা পৰিমাণত
in large numbers or quantities
- ভালেখিনিbhālekhiniAdjective
বহুত
much; of a large number
- ভালেটিbhāleṭiAdjective
বহুত
much; of a large number