← ফুৰি যাওক

ভালে-ভালে

bha.le-bha.le

অৰ্থ

1.

আপদ নোহোৱাকৈ, মঙ্গলে থকাকৈ ।

without misfortune, without being harmed, damaged or lost.

ক্ৰিয়া বিশেষণ

সমাৰ্থক শব্দ

2.

কোনো বিঘিনি নৌ হওঁতেই |

while yet good condition or safety.

ক্ৰিয়া বিশেষণ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ