কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টোকনNoun
কৱদ.
- টোকনṭokanaNoun
টাঙন; আঘাত কৰা ডাং বা শকত মাৰি
a club; a heavy stick
- টোকনীṭokanīNoun
টোকোনা স্ত্ৰী।
- টোকনী কাকতto`.ko.ni ka.kotMaterial Noun
কেঁচা আখৰৰ চিয়াহী টুকি আখৰ শুকুওৱা কাকত ।
Absorbent paper used to dry ink.
- টোকনী-কাকতṭokanī-kākataNoun
লেখা কেঁচা আখৰৰ মহী টোকা বা শুকোবা তুলাপাত
blotting paper
- টোকনী-পুখুৰীṭokanī-pukhurīNoun
অলপ পানী থকা সৰু পুখুৰী
a small pond
- টোকলাইto`k.laiProper Noun
এখন সৰু নৈ যোৰহাট চহৰৰ মাজেদি বৈ গৈছে৷ টোকলাই চাহ গৱেষণা কেন্দ্ৰ পৃথিৱী বিখ্যাত৷
A river-let flowing through Jorhat town. Famous for Tocklai Tea Research Centre at bank of Tocklai.
- টোকাṭokāNoun
সংক্ষেপকৈ লিখি থোবা বিবৰণ বা কাকত
a note; a memorandum
- টোকা কাগজto`.ka ka.gojMaterial Noun
কেঁচা আখৰৰ চিয়াহী টুকি আখৰ শুকুওৱা কাকত ।
Absorbent paper used to dry ink.
- টোকা কৰ্to`ka korVerb-Trans.
ততাতৈয়াকৈ লিখি ল।
To make a written note quickly.
- টোকা-পৰুবাṭokā-parubāNoun
এবিধ ক'লা বৰণৰ, অলপ ডাঙৰ আকাৰৰ, কঁকাল-চিয়াঁ পৰুবা
a kind of ant
- টোকা-পৰুৱাto.ka.po.ru.waCommon Noun
এবিধ ডাঙৰ ক’লা পৰুৱা
a kind of ant
- টোকাবহীto`.ka.bo.hiMaterial Noun
লিখিবলৈ খালী পৃষ্ঠা থকা এখন কিতাপ
a book with blank pages meant for writing on it
- টোকাৰ মাৰ্to`.kar marVerb-Trans.
কোনো টান কাঠ, শিল আদিত সৰু সৰু শব্দ কৰি খুন্দিয়া৷
to make light taps on the surface.
- টোকাৰীṭokārīNoun
এবিধ আঙুলিৰে টুকুৰিয়াই বজোবা এডলীয়া গুণা লগোবা বাদ্য যন্ত্ৰ
a single-stringed musical instrument played with the fingers; a kind of guitar
- টোকাৰী গীতto`.ka.ri gitAbstract Noun
অসমীয়া লোকসঙ্গীতৰ অন্যতম এবিধ ভক্তিমূলক গীত৷ টোকাৰীৰ সহায়ত এই গীত পৰিৱেশন কৰা হয়৷
Tokari geet is a type of Assamese folk song sung playing a Tokari. Earlier it was called Tokari naam. It is so called because a tokari is played while singing it. These are usually philosophical songs based on human life, stories from Ramayana, Mahabharata, gods and goddesses. Besides, stories of Sankardev and Madhabdev is also sung here.
- টোকি ল্to`.ki loVerb-Trans.
ততাতৈয়াকৈ লিখি ল।
To make a written note quickly.
- টোকোনṭokonaNoun
টাঙন; আঘাত কৰা ডাং বা শকত মাৰি
a club; a heavy stick
- টোকোনাṭokonāAdjective
অতি দৰিদ্ৰ মানুহ; অতি নিৰাশ্ৰয় লোক
a very poor man; a man living by drudgery owing to poverty
- টোকোৰ-পঁজাṭokora-pam̐jāNoun
নিচেই সৰু আৰু সামান্য বহা
a shanty