← ফুৰি যাওক

টোকলাই

to`k.lai

অৰ্থ

1.

এখন সৰু নৈ যোৰহাট চহৰৰ মাজেদি বৈ গৈছে৷ টোকলাই চাহ গৱেষণা কেন্দ্ৰ পৃথিৱী বিখ্যাত৷

A river-let flowing through Jorhat town. Famous for Tocklai Tea Research Centre at bank of Tocklai.

সংজ্ঞাবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

টোকলাই · অসমীয়া অভিধান