কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যোঁতজৰীyom̐tajarīNoun
যোৰ-জৰী; গৰুৰ ডিঙিৰে সৈতে যুবলি বন্ধা জৰী
the cord tying the neck of the plough-cattle to the yoke
- যোকাyokāNoun
উপায়; একেডাল জৰীতে সি বা ওলমাই খোবা বস্ত্তৰ সমূহ; জোঁটা
a number of cluster of things strung or suspended from the same rope
- যোকা-যোকেAdverb
in clusters or bunches
- যোগyogaNoun
একত্ৰ কৰা কাৰ্য্য; মিল কৰা কাৰ্য্য; লগ লগোবা কাৰ্য্য
union; act of uniting or joining together
- যোগ কৰ্jo`g korVerb-Trans.
দুটা বা ততোধিক সংখ্যা ল’গ লগা ৷
Make an addition by combining numbers.
- যোগ দেjo’g deVerb-Intran.
ভাগ ল বা অংশ গ্ৰহণ কৰ্ ৷
to take or have a part or share along with others
- যোগ দৰ্শনjo`g dor.xonAbstract Noun
ভাৰতীয় আস্তিক দৰ্শনক ছটা ভাগত ভগোৱা হৈছে, ক্ৰমে- ন্যায়, বৈশেষিক, সাংখ্য, যোগ, পূৰ্ব মীমাংসা আৰু উত্তৰ মীমাংসা বা বেদান্ত দৰ্শন৷
The Yoga school, as expounded by Patanjali in his 2nd Century B.C. Yoga Sutras, accepts the Samkhya psychology and metaphysics, but is more theistic, with the addition of a divine entity to Samkhya`s twenty-five elements of reality. The relatively brief Yoga Sutras are divided into eight ashtanga (limbs), reminiscent of Buddhism`s Noble Eightfold Path, the goal being to quiet one`s mind and achieve kaivalya (solitariness or detachment).
- যোগ-চিহ্নyoga-cihnaNoun
(গণিত) দুটা বা বেছি অঙ্ক যোগ কৰা বুজোবা চিন "+" এই চিন
the sign plus
- যোগ-নিদ্ৰাyoga-nidrāNoun
মহাপ্ৰলয়ৰ পাছত বিষ্ণুৰ অনেক কাল আত্মমগ্ন অবস্হাত থকা অবস্হা
deep meditation of Visnu after the dissolution of the world
- যোগ-বিয়োগProper Adj.
প্ৰকৃত পৰিমাণতকৈ অলপ বেচি বা কম ৷
Imprecise quantities, but fairly close to correct.
- যোগ-শাস্ত্ৰyoga-śāstraNoun
পতঞ্জলি আদি মুনিয়ে কৰা যোগৰ প্ৰণালী-বিষয়ক শাস্ত্ৰ
the Yoga philosophy
- যোগ-সিদ্ধিyoga-siddhiNoun
যোগৰ ফল; যেনে-"নকৰন্ত যোগ-সিদ্ধিকো বাঞ্ছা" (কীৰ্ত্তন); যোগীৰ আঠোটা শক্তি।
- যোগক্ষেনyogakṣenaNoun
অলব্ধ বস্ত্তৰ লাভ আৰু লব্ধ বস্ত্তৰ অবৰক্ষণ।
- যোগক্ষেমnihAbstract Noun
এজন ব্যক্তি বা সম্প্ৰদায়ৰ সৰ্বতোপ্ৰকাৰ ভাল।
the general good of a community or a person.
- যোগচিহ্নjo`g.sin.hoAbstract Noun
দুটা বা অধিক সংখ্যা যোগ কৰা বুজোৱা ’+’ চিন৷
the `+` sign to signify addition of two or more numbers.
- যোগজVerbal Adj.
যোগ কৰি উৎপন্ন হোৱা বা পোৱা
characterized or produced by addition
- যোগদানjo`g.danVerbal Noun
ভাগ লোৱা বা অংশ গ্ৰহণ কৰা কাৰ্য্য৷
The act of participating or taking part.
- যোগদান কৰ্jo’gdan korVerb-Intran.
ভাগ ল বা অংশ গ্ৰহণ কৰ্ ৷
to take or have a part or share along with others
- যোগনিয়াৰyoganiẏāraNoun
নিৰ্দ্দিষ্ট সময়ত বস্ত্ত গোটাই আনি দিওঁতা
an appointed supplier
- যোগনীয়াAdjective
যোগ-নিয়াৰে আনি দিয়া
supplied by an appointed supplier