কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফেছনphe.sonAbstract Noun
পিন্ধন-উৰণত প্ৰকাশ পোৱা ৰুচি
The latest and most admired style in clothes and cosmetics and behaviour
- ফেছিবাদphe.si.badProper Noun
জাতিগত বৈষম্য আৰু একনায়কত্বক মূল আধাৰ হিচাপে লোৱা ৰাজনৈতিক আদৰ্শবাদ৷
A political philosophy or movement advocating an authoritarian hierarchical government.
- ফেছিষ্টphe.sistCommon Noun
ফেছিবাদত বিশ্বাস কৰা তাৰ আদৰ্শ মতে কাৰ্য কৰা ব্যক্তি ৷
a person who believes in or sympathizes with fascism.
- ফেঞ্চিংMaterial Noun
a construction enclosing an area to prevent movement of people and/or animal in/out of the area
- ফেটpheṭaNoun
সাপৰ ফণা
the hood of a snake
- ফেট খা
ওপৰলৈ দাং খা
to be bent upward
- ফেট তোল্
ফণা দাং
to raise the hood (as a snake)
- ফেট মেল্phet melVerb-Intran.
কোনো নিৰ্দ্দিষ্ট এলেকাত বিস্তাৰিত হৈ বহল হৈ যা (জীৱিত বস্তুৰ ক্ষেত্ৰত)
to distribute over a greater or a relatively great area of space or time (as of living things)
- ফেটলেঙাAdjective
বহল আৰু চেপেটা; মেলাহি
flattened out; wide-mouthed
- ফেটাpheṭāTransitive verb
অনিষ্ট কৰিবলৈ উচটাই বা লগাই দি
to instigate
- ফেটাAdjective
[আহো.] একাতিলৈ মেচ খোবা; পথালিভাবে বেঁকা হোবা; যেনে-"ফেটা আঙুলি"
bent outward
- ফেটা-পৰাAdjective
মেচ-খোবা
bent
- ফেটা-ফেটিNoun
"মেৰেটা মেৰিটি" চোবাঁ।
- ফেটীগোমpheṭīgomaNoun
ফেট থকা এবিধ বিষাল সাপ
the cobra; Squamatee Naia tripudians; the black-cobra; squamata Naia bungarus
- ফেটীসাপpheṭīsāpaNoun
ফেট থকা এবিধ বিষাল সাপ
the cobra; Squamatee Naia tripudians; the black-cobra; squamata Naia bungarus
- ফেণাpheṇāNoun
সাপৰ ফেট
the hood of a snake
- ফেতিphetiNoun
ধন-সম্পত্তি আদিক তুচ্ছ কৰিবৰ মনেৰে ব্যবহাৰ কৰা শব্দ
a word used sarcastically to express the vanity of wealth and riches
- ফেদফেদাphedaphedāIntransitive verb
অনৰ্থক বহু কথা ক; ফেচফেচা
to prate
- ফেদাphedāNoun
মলি; মল
dirt; filth
- ফেদুবা
মলিয়ন; মলযুক্ত; লেতেৰা
dirty; filthy