← ফুৰি যাওক

ফেণা

pheṇā

অৰ্থ

1.

সাপৰ ফেট

the hood of a snake

বি.

2.

আলু, অদা আদি ঘাই মূলৰপৰা বহল হৈ বাঢ়ি ওলোবা ঠেঙুলিসমূহ

a flat branch of tuberous root

বি.

3.

গছৰ গুৰিৰপৰা কেয়োফালে ওলোবা গজালি

sprouts coming out on all sides of a tree

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ