কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পদছায়াNoun
চৰণছায়া; আশ্ৰয়; অনুগ্ৰহ।
- পদজলpo.do.jolMaterial Noun
দেৱতাৰ বা গুৰুজনাৰ ভৰি ধোৱা পানী |
Water in which the feet of God or Guru has been washed or immersed.
- পদত্যাগNoun
নিজৰ পদবী বা চাকৰি এৰি দিয়া কাৰ্য্য।
- পদত্যাগ কৰ্po.do.tyag korVerb-Intran.
বিষয়বাব বা পদবী এৰি দে
Give up office or relinquish his official position
- পদত্যাগ-পত্ৰpo.do.tyag-po.troMaterial Noun
নিজৰ চাকৰি এৰিবৰ ববে নিয়োগকৰ্তাক দিয়া আনুষ্ঠানিক পত্ৰ
a letter formally advising ones employer about leaving ones job
- পদদাMaterial Noun
দৰ্শনত বাধা দিয়া প্ৰতিবন্ধক|
barrier to block view.
- পদধূলাpo.do.dhu.laAbstract Noun
ভৰিৰ ধূলি
dust of the foot
- পদধূলা দেpo.do.dhu.la deVerb-Intran.
কোনো ঠাই চাবলৈ যা বা আহ্
to go or come to see a place
- পদধূলিpo.do.dhu.liAbstract Noun
ভৰিৰ ধূলি
dust of the foot
- পদধ্বনিpod.dhwo.niAbstract Noun
the sound of footsteps
- পদপথpod.pothMaterial Noun
মূল পথৰ দুয়োকাষে খোজ কাঢ়ি যাবৰ কাৰণে সজা ঠেক বাট।
Walk consisting of a paved area for pedestrians; usually beside a street or roadway.
- পদপ্ৰাৰ্থীpo.do.par.thiCommon Noun
কোনো কাৰ্য্যালয়, বিষয়, খিতাপ, আদিৰ বাবে অইন লোকৰ দ্বাৰা মনোনীত কৰা এজন ব্যক্তি।
a person who is selected by others as a contestant for an office, prize, honor, etc.
- পদবন্ধেpadabandheAdverb
পদ্যত; পদ্যৰ বান্ধনিত; পদ-ছন্দত; যেনে -"পদবন্ধে নিবন্ধিবোঁ তযু গুণচয়" (ৰত্নাবলী)।
- পদবিpadabiNoun
উপাধি; খিতাপ
title
- পদবিন্যাসগতProper Adj.
it relates to the grammatical arrangement of words in a sentence.
it relates to the grammatical arrangement of words in a sentence.
- পদবীpadabīNoun
উপাধি; খিতাপ
title
- পদব্ৰজেpadabrajeAdverb
খোজ কাঢ়ি
on foot
- পদব্ৰাজকpo.do.bra.jokCommon Noun
খোজ কাঢ়ি ফুৰা বা ভ্ৰমণ কৰা লোক
a person who goes or travels on foot
- পদমৰ্যাদাpo.do.mor.ja.daAbstract Noun
সমাজ অথবা কোনো কাৰ্য্যালয়ৰ দায়িত্বশীল পদবী৷
A social or official position or standing, as in the armed forces.
- পদমৰ্য্যদাAbstract Noun
কোনো পদবীৰ সৈতে জড়িত সন্মান
respect or honour related to an official position