← ফুৰি যাওক

পদবন্ধে

padabandhe

অৰ্থ

1.

পদ্যত; পদ্যৰ বান্ধনিত; পদ-ছন্দত; যেনে -"পদবন্ধে নিবন্ধিবোঁ তযু গুণচয়" (ৰত্নাবলী)।

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

পদবন্ধে · অসমীয়া অভিধান