কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নাজল-নাথলna.jol-na.tholAdjective Adj.
থাকিবৰ বাবে ঘৰ বা আবুৰ ঠাই নোহোৱা৷
without having a house, place to live in.
- নাজল-মাথলnājala-māthalaAdjective
আলাই-আখানি; নিৰাশ্ৰয়
homeless; destitute
- নাজিৰnājira
ধি. টেকেলাবিলাকৰ ওপৰৰ বিষয়া
bailiff
- নাজেৰাতnājerātaNoun
নাজিৰে কাম কৰা কাৰ্য্যালয়।
- নাটnāṭaNoun
নাচন
a dance
- নাট-ঘৰnāṭa-gharaNoun
নাট্যশালা
a theatre
- নাট-পাৰnāṭa-pāraNoun
উড়াই দিলে আকাশলৈ খৰ মাৰি মাৰি যোবা এবিধ পাৰ চৰাই
a tumbler pigeon
- নাট-মন্দিৰnāṭa-mandiraNoun
নাচ-গানৰ কাৰণে দেবালয়ৰ আগফালে থকা ঘৰ
a choir or dancing hall in front of a shrinc
- নাট-ৰচকnat-ro.sokCommon Noun
নাট লেখা ব্যক্তি ৷
One who writes plays.
- নাটকnāṭakaNoun
ভাওনাৰ পুথি; ভাএ দেখুবাবৰ কাৰণে লিখা পুথি
a drama
- নাটকীয়Adjective
নাটক-সম্পৰ্কীয়; নাটকসূলভ
dramatic
- নাটকীয় চালচলনVerbal Noun
Behavior or speech for effect, as insincere or exaggerated expression of an emotion.
- নাটকীয়তাna.to.ki.yo.taAbstract Noun
(নাটকৰ) নাটকীয় গুণ বা বৈশিষ্ট সমূহ৷
dramatic qualities (of a play).
- নাটঘৰnat.ghorAbstract Noun
নাটক, বোলচবি আদি প্ৰদৰ্শন কৰা ঘৰ৷
A building, room, or outdoor structure for the presentation of plays, films, or other dramatic performances.
- নাটনিnāṭani
যি কম হোবা ধন বা বস্ত্ত
insufficiency; deficiency
- নাটনি পৰ্
নাচোবা হ; যিমান লাগে তাতকৈ কম হ
to be insufficient
- নাটনি হna.to.ni hoVerb-Intran.
যিমান প্ৰয়োজন তাতকৈ সংখ্যাত বা পৰিমাণত হ্ৰাস হোৱা
to become less in numbers or quantity than what is needed or required
- নাটমল্লাৰnāṭamallāraNoun
এটা ৰাগৰ নাম।
- নাটিকাnāṭikāNoun
সৰু নাটক
a playlet
- নাটুবাnāṭubāNoun
"লেটাই" চোবাঁ।