← ফুৰি যাওক

নাট

nāṭa

অৰ্থ

1.

নাচন

a dance

বি.

2.

ভাওনা

a dramatic performance

বি.

3.

ভাওনাৰ পুথি

a drama

বি.

4.

এটা ৰাগৰ নাম।

বি.

5.

গাড়ীৰ গৰুৰ বা ম'হৰ নাকত লগোবা জৰী

a nose string

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ