কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দাউৰ্
ছুটি মেলা; চেঁকুৰা; যেনে-"ঠক ঠক কৰি ঘোড়া দাউৰাবে ৰাহুতে দেখাবে গতি" (ৰুক্মিণী-হৰণ)
to cause to run
- দাওdāoNoun
সুযোগ; ; সুযোগত কৰা লাভ
an opportunity ; a profit made through an opportunity
- দাও দাওকৈdāo, dāokaiAdverb
তীব্ৰ গতিৰে; বেগেৰে
with great speed or vehemence
- দাওঁdau~Abstract Noun
এক ইতিবাচক বা অনুকূল পৰিস্থিতি।
a favorable juncture of circumstances.
- দাওঁতাFeminine
দাবঁতী।
- দাওশ্ৰি দেলাইAbstract Noun
बर’फोरनि मुंसे दोरोङारि मोसानाय, देलाइ बांग्रि৷
A kind of Bodo traditional dance,foppish woman.
- দাক্ষাda.khyaCommon Noun
সুস্বাদু, ৰসযুক্ত থোপাথোপে লগা ফল ধৰা ভিটিচ্ প্ৰজাতিৰ এবিধ লতাজাতীয় উদ্ভিদ বা তাৰ ফল
Any of numerous woody vines or its fruits of the genus Vitis, bearing clusters of edible berries and widely cultivated in many species and varieties
- দাক্ষায়ণীdākṣāẏaṇīNoun
দক্ষৰ জীয়েক; সতী; পাৰ্ব্বতী; দুৰ্গা
a name of Śiva's wife
- দাক্ষায়ণী পতিMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- দাক্ষায়িণীdākṣāẏiṇīNoun
দক্ষৰ জীয়েক; সতী; পাৰ্ব্বতী; দুৰ্গা
a name of Śiva's wife
- দাক্ষিণাত্যdākṣiṇātyaNoun
ভাৰতবৰ্ষৰ দক্ষিণ-ফাল
the Deccan
- দাক্ষিণ্যda.khyi.nyoAbstract Noun
দুখীয়াৰ প্ৰতি সহায় বা সাহায্যৰ ব্যৱস্থা; আৰ্তজনলৈ আগবঢ়োৱা সহায়; আৰ্তজনক সহায় কৰাৰ বাবে স্থাপিত কোনো প্ৰতিষ্ঠান, সংস্থা বা পূঁজি; আনৰ প্ৰতি বা মানৱতাৰ হকে দেখুওৱা উদাৰতা।
Provision of help or relief to the poor; .Something given to help the needy; alms.An institution, organization, or fund established to help the needy.Benevolence or generosity toward others or toward humanity.Indulgence or forbearance in judging others.
- দাখিলdākhilaAdjective
বিচাৰৰ কাৰণে কোনো আদালতত বা বিচাৰকৰ হাতত শোধোবা বা সমৰ্পণ কৰা
submitted; field
- দাখিল কৰ্da.khil korVerb-Trans.
কাৰোবাক কোনো বস্তু আনুষ্ঠানিকভাৱে দে যাতে তেওঁলোকে এই বিষয়ে কোনো সিদ্ধান্ত ল’ব পাৰে
to formally give something to someone so that they can make a decision about it
- দাখিল কৰ্Verb-Trans.
সঠিক কৰ্তৃপক্ষৰ ওচৰত (অভিযোগ, আহ্বান, দাবী ইত্যাদি) উপস্থাপন কৰ্
present (a complaint, appeal, claim, etc.) formally to the proper authorities.
- দাখিল-খাৰিজdākhila-khārija
"খাৰিজ দাখিল" চোবাঁ।
- দাখিল-দপ্তৰdākhila-daptaraAdjective
কাগজৰ নথিৰ লগত চামিল কৰি ৰখা
filed with the record
- দাখৰdākharaNoun
তৰোবাল; খড়্গ; বলি কটা দা
sword
- দাগdāgaNoun
চিন
a mark
- দাগ-চিঠাdāga-ciṭhāNoun
মাটিৰ প্ৰত্যেক দাগৰ নম্বৰ, কালি, গৰাকীৰ নাম আদি লিখি ৰখা বহী
field register