← ফুৰি যাওক

দাউৰ্

অৰ্থ

1.

ছুটি মেলা; চেঁকুৰা; যেনে-"ঠক ঠক কৰি ঘোড়া দাউৰাবে ৰাহুতে দেখাবে গতি" (ৰুক্মিণী-হৰণ)

to cause to run

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দাউৰ্ · অসমীয়া অভিধান