কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টেলেৰাṭelerāAdjective
কোনো বস্ত্ত খাই পেট পূৰ হৈ উঠা; ওফন্দি ডাঙৰ হোবা (ওকণি, জোক আদি)
bulged or distended with food eaten (as a leech)
- টেলোঠা-মাৰিNoun
কাণ দিয়া মাৰি।
- টেল্টেলীয়াtel-te.li.yaProper Adj.
চাল অথবা পৃষ্ঠভূমিৰ ভিতৰত বৃদ্ধি হোৱা চাপৰ বাবে বাহিৰলৈ সম্প্ৰসাৰণ হৈ টেমুনাৰ আকৃতি লোৱা ।
To grow larger; to dilate or extend the exterior surface or dimensions, by matter added within, or by expansion of the inclosed substance.
- টেহৰানteh.ranProper Noun
ইৰানৰ ৰাজধানী
Tehran is the capital of Iran and Tehran Province since 1778. With a population of around 8.3 million and surpassing 14 million in the wider metropolitan area, Tehran is Iran's largest city and urban area, and the largest city in Western Asia.
- টেৰṭeraAdjective
বেঁকা; যেনে-"চকু দুই টেৰ কৰি পিঠি দিয়া চায়" (মা. ক., অযোধ্যাকাণ্ড)।
- টেৰটেৰীয়াṭeraṭerīẏāAdjective
"টটৰীয়া" চোবাঁ।
- টেৰাṭerāAdjective
বেঁকা; যেনে-"চকু দুই টেৰ কৰি পিঠি দিয়া চায়" (মা. ক., অযোধ্যাকাণ্ড)।
- টেৰা-টেৰিṭerā-ṭeriAdjective
বেঁকা-বেঁকি; বহুত ভাঁজ থকা
having many curves; zigzag
- টেৰা-বেঁকাṭerā-bem̐kāAdjective
বেঁকা-বেঁকি; বহুত ভাঁজ থকা
having many curves; zigzag
- টেৰিমেৰিṭerimeriAdjective
অঁকোবা-পকোবা; পাক-চক্ৰ লগোবা; অসৰল (কথা)
prevaricating
- টেৰুবাṭerubāAdjective
কেঁৰা (চকু)
squint(eyed)
- টেৰুৱাte.ru.waCommon Noun
একে সময়তে দুয়োটা চকুৰে একে দিশলৈ চাৱ নোৱাৰা চকুৰ এটা বিশেষ জন্মগত বিসঙ্গতি |
A disorder of vision due to a deviation from normal orientation of one or both eyes so that both cannot be directed at the same object at the same time.
- টেৰুৱাকৈVerbal Adj.
চকু ওপৰলৈ বা চক্ৰাকাৰে ঘূৰাই কৰা অভিব্যক্তি, যাৰ জৰিয়তে বিশেষকৈ অবিশ্বাস, বিৰক্তি, ধৈৰ্য্যহীনতা বা হীনভাৱ প্ৰকাশ কৰা হয়।
a gesture of turning one’s eyes upward or moving them in a circle, especially as an expression of disbelief, annoyance, impatience, or disdain.
- টেৰেচীয়াṭerecīẏāAdjective
অলপ ভাঁজ লগা; তেৰেছা
slightly curved
- টোঁটোলাṭom̐ṭolāNoun
জন্ত্তবে আঙাৰ ভৰাই থোবা ডিঙিৰ তলৰ জোলোঙা
the crop or first stomach of birds and animals
- টোঁবাṭom̐bāTransitive verb
মাৰিবলৈ দাঙ্ বা পোনা; লক্ষ্য কৰ্; মাৰিবলৈ অস্ত্ৰ পোন কৰ্
to aim
- টোঁবা-টুঁইṭom̐bā-ṭum̐iNoun
এজনে আনজনলৈ অস্ত্ৰ দঙা বা লক্ষ্য কৰা কাৰ্য্য
the act of aiming weapons at each other
- টোঁহা টোঁহাṭom̐hā, ṭom̐hāNoun
কেঁচুবাৰ কান্দোন।
- টোঁৱাto~.waVerb-Trans.
কোনো বস্তুত লক্ষ্য স্থিৰ কৰা।
Direct into a position for use.
- টোকটোকনি
টোক টোক কৰা কাৰ্য্য।