← ফুৰি যাওক

টোঁবা-টুঁই

ṭom̐bā-ṭum̐i

অৰ্থ

1.

এজনে আনজনলৈ অস্ত্ৰ দঙা বা লক্ষ্য কৰা কাৰ্য্য

the act of aiming weapons at each other

বি.

2.

অনেক বাৰ অস্ত্ৰ দঙা বা পোন কৰা কাৰ্য্য; অনেকবাৰ অস্ত্ৰ লক্ষ্য কৰা কাৰ্য্য

the act of repeatedly taking aim

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ