কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উদাহৰণ দেu.da.ho.ron deVerb-Trans.
উদাহৰণ বা উপমা ডাঙি ধৰি অধিক স্পষ্ট কৰ্
to make clear or intelligible, as by examples or analogies
- উদাহৰণ দৰ্শাu.da.ho.ron dor.xaVerb-Trans.
উদাহৰণ বা উপমা ডাঙি ধৰি অধিক স্পষ্ট কৰ্
to make clear or intelligible, as by examples or analogies
- উদাহৰণ স্বৰূপেu.da.ho.ron swo.ru.peAdposition
কোনো বিষয়ৰ অৰ্থ বা প্ৰমাণ বেছি স্পষ্ট কৰিবলৈ উল্লেখ কৰা কথা ৷
As an illustrative instance with reference.
- উদাহৰণ হu.da.ho.ron hoVerb-Trans.
to be an example of something.
- উদাৰudāraAdjective
অকপটীয়া; সৰল; মনে-মুখে এক
sincere; open-hearted
- উদাৰ-তন্ত্ৰীAdjective
উদাৰ শাসন-প্ৰণালীৰ পক্ষপাতী
holding liberal principles
- উদাৰ-মনাudāra-manā
উদাৰচিতীয়া; অকপটীয়া
sincere; open-hearted
- উদাৰচিতীয়াu.dar.si.tiyaProper Adj.
অকণো নুলুকুৱাকৈ প্ৰকাশ কৰা (মনৰ ভাৱ)
Saying what one thinks without hiding.
- উদাৰচিত্তu.dar.sit.toProper Adj.
বন্ধুসুলভ, পৰোপকাৰী বা মৰমিয়াল প্ৰকৃতিৰ; আৰ্ত্তজনক মুকলিভাৱে সহায় আৰু দান আগবঢ়োৱা গুণ-সম্পন্ন।
of a friendly, generous, or warm-hearted nature; the quality of helping and giving away freely to the needy.
- উদাৰচিত্ততাu.dar.sit.to.taAbstract Noun
কৰোবাৰ সহায় বা দান কৰাৰ অভ্যাস
the quality of helping and giving away freely to the needy
- উদাৰচিত্তেu.dar.sit.teAdverb
খোলা মনেৰে বাধা নোপোৱাকৈ কৰা ৷
In a free manner without any hurdle.
- উদাৰচেতাu.dar.se.taProper Adj.
বন্ধুসুলভ, পৰোপকাৰী বা মৰমিয়াল প্ৰকৃতিৰ; আৰ্ত্তজনক মুকলিভাৱে সহায় আৰু দান আগবঢ়োৱা গুণ-সম্পন্ন।
of a friendly, generous, or warm-hearted nature; the quality of helping and giving away freely to the needy.
- উদাৰতন্ত্ৰNoun
উদাৰ শাসন-প্ৰণালী; উন্নতিশীল শাসন-প্ৰণালী
liberalism; liberal principles
- উদাৰতাu.da.ro.taAbstract Noun
কৰোবাৰ সহায় বা দান কৰাৰ অভ্যাস
the quality of helping and giving away freely to the needy
- উদাৰতাবাদu.da.ro.ta.badAbstract Noun
সমতা আৰু উদাৰতাৰ ওপৰত প্ৰতিষ্ঠিত ৰাজনৈতিক দৰ্শন আৰু মতবাদ৷
A political philosophy or worldview founded on ideas of liberty and equality. The former principle is stressed in classical liberalism while the latter is more evident in social liberalism.
- উদাৰতাৰেu.da.ro.ta.reAdverb
খোলা মনেৰে বাধা নোপোৱাকৈ কৰা ৷
In a free manner without any hurdle.
- উদাৰনৈতিকu.dar.no``i.tikProper Adj.
মুকলি মনৰ বা মধ্যমীয়া ৰাজনৈতিক আৰু সামাজিক সংস্কাৰৰ পোষকতা কৰা।
Open minded or favouring moderate political and social reform.
- উদাৰভাৱেu.dar.bha.beAdverb
খোলা মনেৰে বাধা নোপোৱাকৈ কৰা ৷
In a free manner without any hurdle.
- উদাৰমতিu.dar.mo.tiProper Adj.
বন্ধুসুলভ, পৰোপকাৰী বা মৰমিয়াল প্ৰকৃতিৰ; আৰ্ত্তজনক মুকলিভাৱে সহায় আৰু দান আগবঢ়োৱা গুণ-সম্পন্ন।
of a friendly, generous, or warm-hearted nature; the quality of helping and giving away freely to the needy.
- উদাৰমনাu.dar.mo.naProper Adj.