← ফুৰি যাওক

উদাৰ

udāra

অৰ্থ

1.

অকপটীয়া; সৰল; মনে-মুখে এক

sincere; open-hearted

বিণ.

2.

বহল আৰু ওখ মনৰ

high-minded

বিণ.

3.

বহল আৰু ওখ মনৰ

high- minded; liberal-minded

বিণ.

4.

দানশীল; যেনে-"ৰান্তিদেব সমান উদাৰ হৈব মতি" (

বিণ.

5.

ম স্কন্ধ)

generous

বিণ.

6.

পবিত্ৰ; যেনে -"কৱষ্ণৰ পৰম উদাৰ কথাৰ" (নাম-ঘোষা)।

বিণ.

7.

[পু. অ.] বহল; বহুত ঠাই বিয়পা

wide; extensive

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উদাৰ · অসমীয়া অভিধান