কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভাবপ্ৰৱণbhab.pro.bonAdjective Adj.
কিবা চিন্তা কৰি থকা
thinking something
- ভাবপ্ৰৱণতাbhab.pro.bo.no.taAbstract Noun
চিন্তাত মগ্ন হৈ থকা স্বভাৱ বা গুণ
the quality of being occupied with thought
- ভাববাদbhab.badAbstract Noun
A philosophical tradition which believes that it is `consciousness` which determines `being` rather than 'being' determining the 'consciousness' of the subject.
- ভাবলি জহাbhābali, jahāNoun
মিহি চাউলৰ এবিধ ধান
a kind of fine rice
- ভাবশূন্যbhābaśūnyaNoun
ভাল অৰ্থ নথকা (কবিতা)
wanting in sense or sentiment
- ভাবহীনbhābahīnaNoun
ভাল অৰ্থ নথকা (কবিতা)
wanting in sense or sentiment
- ভাবান্তৰহীনbhaban.tor.hinProper Adj.
কোনো দুখ কষ্টৰ অনুভৱ বা আৱেগ নথকা ৷
not feeling or showing emotion.
- ভাবাবেশbhābābeśaNoun
ভাবজানত আকুলতা।
- ভাবাশ্ৰয়ীProper Adj.
আৱেগ জগাই তোলা
tending to rouse emotion
- ভাবাৰ্থbhābārthaNoun
গূঢ়াৰ্থ; শব্দাৰ্থত বাজে আন অৰ্থ; মৰ্ম্ম; তাৎপৰ্য্য
the inner meaning as opposed to the verbal or obvious meaning; purport
- ভাবাৱেশbha.ba.bexVerbal Noun
ভাৱ বা চিন্তাত আকুল হৈ পৰা অৱস্থা
the state of being bemused or lost in thought
- ভাবিগুণিbha.bi.gu.niAdverb
মনোযোগ দি বা বিশেষভাৱে যত্ন লৈ৷
taking care or paying attention.
- ভাবিতbhābitaAdjective
চিন্তিত; চিন্তাযুক্ত; উদ্বেগ-যুক্ত; উদ্বিগ্ন
anxious
- ভাবিনীbhābinīNoun
জ্ঞানবতী, সুন্দৰী, মান্যবতী তিৰোতা
a wise and handsome noble lady
- ভাবীbhābīAdjective
ভবিষ্যৎ; আগলৈ হ'ব লগীয়া বা হ'ব পৰা; ভবিষ্যতে হোবা
destined to happen in future or capable of taking place in future
- ভাবী প্ৰজন্মbha.bi pro.jon.moCommon Noun
অদূৰ ভৱিষ্যতে জন্ম লাভ কৰিব লগীয়া বংশধৰ সকল
Group of genetically related organisms esp human being in the line of ascent (the time yet to come).
- ভাবীকাণ্ডbha.bi.kan.doMaterial Noun
উদ্ভিদৰ ভ্ৰূণৰ যিটো অংশৰ পৰা পাছলৈ কাণ্ডৰ সৃষ্টি হয়
the bud of the ascending axis of a plant while still in the embryo
- ভাবীকালbha.bi.kalAbstract Noun
নিশ্চয়তাবিহীন আহিবলগীয়া সময় ৷
The indefinite time yet to come.
- ভাবীমূলbha.bi.mulMaterial Noun
উদ্ভিদৰ ভ্ৰূণৰ এটা অংশ, যাৰ পৰা পিছলৈ শিপাৰ সৃষ্টি হয়
a rudimentary root in the embryo
- ভাবুকbhābukaAdjective
চিন্তাশীল
thoughtful