← ফুৰি যাওক

ভাবিনী

bhābinī

অৰ্থ

1.

জ্ঞানবতী, সুন্দৰী, মান্যবতী তিৰোতা

a wise and handsome noble lady

বি.

2.

চিন্তাযুক্তা; ভাবাকুলা।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভাবিনী · অসমীয়া অভিধান