কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নাঙালMaterial Noun
মাটি চহাবলৈ ব্যৱহাৰ কৰা সঁজুলি
A tool used to plough land.
- নাচNoun
নচা কাৰ্য্য
dancing
- নাচ-বাগnāca-bāgaNoun
গীত, নাচ কৰি ধেমালি কৰা কাৰ্য্য
singing and dancing
- নাচগুড়িnas.gu.riMaterial Noun
নাকেৰে পান কৰা ধঁপাতৰ শুকান গুড়ি
Dry tobacco that is consumed nasally
- নাচনNoun
নচা কাৰ্য্য
dancing
- নাচনিna.so.niCommon Noun
নচা বা নৃত্যকৰা লোক।
somebody who dances or whose job is dancing.
- নাচনিয়াৰ
নাচোঁতা; নচা বৱত্তি ধৰি প্ৰবৰ্ত্তা পুৰুষ
a dancer; a professional dancer
- নাচনীnācanīNoun
নচা তিৰোতা
dancing woman; a danseuse
- নাচনী-গৰৈ
এবিধ প্ৰায় বোকাত থকা মাছ
a kind of mud- water-fish
- নাচনী-জৰী
তাঁতশালৰ নাচনীত ব' ওলমাই ধৰি থকা জৰী।
- নাচনী-পৰুবা
এবিধ পখৰা-পখৰি উৰি ফুৰা। বৰ মাখিৰ সমান ডাঙৰ পোক।
- নাচপতিnācapatiNoun
এবিধ-মজলীয়া আকাৰৰ গছ আৰু তাৰ ঘূৰণীয়া সুমখিৰা টেঙা একোটাৰ সমান ফল
a kind of apple
- নাচশালnācaśālaNoun
নাচ শিকোবা ঠাই বা ঘৰ; নাট্যশালা; নাটঘৰ
a place where dancing is taught
- নাচাজাProper Adj.
যি উপযুক্ত নহয়৷
not suited or not appropriate.
- নাচেনিCommon Noun
নচা বা নৃত্যকৰা লোক।
somebody who dances or whose job is dancing.
- নাচোঁতাna.so`~.taCommon Noun
নচা বা নৃত্যকৰা লোক।
somebody who dances or whose job is dancing.
- নাচোনNoun
নচা কাৰ্য্য
dancing
- নাচ্nācIntransitive verb
গীত বাদ্যৰ-স্বৰ আৰু তাল অনুসৰি ছেও ধৰি ধৰি হাত-ভৰি লৰা
to dance
- নাচ্nasVerb-Intran.
লয়বদ্ধ নিৰ্দ্ধাৰিত খোজ আৰু ভঙ্গিমাৰে সঙ্গীতৰ সৈতে তাল মিলাই অঙ্গ সঞ্চালন কৰ্
To move rhythmically usually to music, using prescribed or improvised steps and gestures.
- নাছোড়বান্দাnāchoṛabāndāAdjective
যি সহজে নিজৰ কথা নেৰে; জেদী।