← ফুৰি যাওক

নাচনী

nācanī

অৰ্থ

1.

নচা তিৰোতা

dancing woman; a danseuse

বি.

2.

তাঁতশালৰ বান্দৰীৰ মূৰত পথালিকৈ লগাই দুই মূৰৰপৰা জৰী ওলমাই তাৰে ব-বাতিবিলাক ওলমাই ধৰি থকা একোচলি কাঠ বা বাঁহ।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ