কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰহ দেroh deVerb-Trans.
বুঢ়া বা পূৰঠ হৈ কোমল ৰসযুক্ত হ বা বৰণ সলনি হ
to become juicy by growing old or matured
- ৰহ-ঢলা পুখুৰীNoun
কেন্দ্ৰত পাৰা ঢালি পানী শোধন কৰা ব্যবস্হা থকা পুখুৰী।
- ৰহঘৰাrahagharāNoun
মৌ-কোঁহ; মৌৰ বাহৰ কোমল আৰু ৰস থকা ভাগ
honey-comb
- ৰহণrahaṇaNoun
চক্চকীয়া কৰা গুণ থকা জুলীয়া বৰণ; কোনো বস্ত্তৰ ওপৰত সানি উজ্জ্বল কৰিবলৈ ব্যবহাৰ কৰা জুলীয়া বস্ত্ত
a barnish
- ৰহণ চৰাVerb-Trans.
দেখনিয়াৰ কৰ, চকুত লগাকৈ সজাই তোল
display in an attractive way
- ৰহণ লগাro.hon lo.gaVerb-Trans.
বাস্তৱতকৈ অধিক সুন্দৰ বা উন্নত বুলি কথাৰে দাঙি ধৰ্
to make (something) seem larger or greater etc. than what really is
- ৰহণ সান্ro.hon xanVerb-Trans.
বাস্তৱতকৈ অধিক সুন্দৰ বা উন্নত বুলি কথাৰে দাঙি ধৰ্
to make (something) seem larger or greater etc. than what really is
- ৰহদি (ৰহীয়া) ৰহ্ দিrahadi, (rahīẏā), rah, di
পকি ৰসপূৰ্ণ বা ৰসাল হ; বৰকৈ পক্
to be very ripe and juicy
- ৰহদৈroh.doiProper Noun
দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত পোৱা এবিধ পকিলে হালধীয়া হোৱা ফল| দুটা প্ৰকাৰত পোৱা যায়-টেঙা আৰু মিঠা| অসমত মিঠা বিধক <b>ৰহদৈ</b> আৰু টেঙাবিধক <b>কৰ্দ্দৈ</b> বোলা হয়|
tree native to Sri Lanka, India and Indonesia and is popular throughout Southeast Asia and parts of East Asia. It is also grown in Brazil, Ghana, Guyana and French Polynesia. Carambola is commercially grown in the United States in south Florida and Hawaii. Available in two varieties acidulate and sweet
- ৰহনলেখMaterial Noun
জটিল মিশ্ৰৰ পদাৰ্থবোৰক শোষণৰ হাৰৰ ভিত্তিত বেলেগ কৰা প্ৰক্ৰিয়া
Any of various techniques for the separation of complex mixtures that rely on the differential affinities of substances for a gas or liquid mobile medium and for a stationary adsorbing medium through which they pass, such as paper, gelatin, or magnesia
- ৰহমrahamaNoun
দয়া; কৱপা
mercy
- ৰহমতrahamataNoun
দয়া; কৱপা
mercy
- ৰহমানAdjective
দয়ালু
merciful
- ৰহস্যrahasya
আমোদ, আহ্লাদ
pleasure, delight
- ৰহস্যঘনro.ho.syo.ghonProper Adj.
বুজিব নোৱাৰা বা ব্যাখ্যা কৰিব নোৱাৰা ধৰণৰ
characterized by or indicative of mystery
- ৰহস্যজনকro.ho.syo.jo.nokProper Adj.
বুজিব নোৱাৰা বা ব্যাখ্যা কৰিব নোৱাৰা ধৰণৰ
characterized by or indicative of mystery
- ৰহস্যবাদro.ho.syo.badAbstract Noun
ইন্দ্ৰিয় শক্তিৰে ঢুকি নোপোৱা তথ্যসমুহৰ বিষয়ে থকা মত ।
the belief that knowledge of God can be gained by contemplation, vague or ill-defined religious or spiritual belief.
- ৰহস্যময়ro.ho.syo.moyProper Adj.
বুজিব নোৱাৰা বা ব্যাখ্যা কৰিব নোৱাৰা ধৰণৰ
characterized by or indicative of mystery
- ৰহস্যময়তাro.ho.syo.mo.yo.taAbstract Noun
ৰহস্য সৃষ্টি কৰিব পৰা বা ৰহস্যময় হ`ব পৰা গুণ।
the quality of being perplexing; tendency to perplex.
- ৰহস্যাবৃতro.ho.sya.bri.toProper Adj.
বুজিব নোৱাৰা বা ব্যাখ্যা কৰিব নোৱাৰা ধৰণৰ
characterized by or indicative of mystery