← ফুৰি যাওক

ৰহঘৰা

rahagharā

অৰ্থ

1.

মৌ-কোঁহ; মৌৰ বাহৰ কোমল আৰু ৰস থকা ভাগ

honey-comb

বি.

2.

সবহকৈ উত্তম আৰু বহুমূলীয়া বস্ত্ত থকা ঠাই

a place abounding in excellent and valuable things

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ