কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চফা কৰ্so.pha korVerb-Trans.
ধূলি-মাকতি বা জাবৰ-জোঁথৰ আঁতৰ কৰা
to remove dirt or impurities
- চফাৰিcaphāriNoun
[বি. সুপাৰি] খাবলৈ শুকাই ৰখা গোটা তামোল
dry arecanut
- চফেদcaphedaAdjective
বগা, চফা
white; stark- white
- চফৰcapharaNoun
ভ্ৰমণ
touring; journey
- চবAbstract Noun
বহু বস্তুৰ সকলোবোৰ
all of a collection of many
- চবকাcabakāNoun
গৰু-ম'হৰ মুখত আৰু খুৰাত বা হোবা ৰোগ
a foot and mouth disease of cattle
- চবাৰcabāraAdjective
বেছি; বঢ়া; যেনে-"আৰো প্ৰহৰৰ পথ হোবয় চৰাবে" (মা. ক., কিষ্কিন্ধ্যাকাণ্ড); . ওখ; যেনে -"কৈলাস পৰ্ব্বত সমান চৰাব ৰাবণৰ ধৌলিবৰ" (মা. ক., লঙ্কাকাণ্ড)
more; further ; high
- চবিয়ঁতীso.bi.yo.tiCommon Noun
নাও বাই নিয়া লোক, নাও-চলোৱা মানুহ ।
A person who provides transport buy boat.
- চবিয়াcabiẏāTransitive verb
'ব'ঠাৰে পানী আঁকোবাল্
to row
- চবিয়াওঁতা
চবিওবা বা চাব মৰা মতা মানুহ
a man who strikes with a hoe, an oar, etc.
- চবিয়ালcabiẏālaNoun
যি ব'ঠা চবিয়াই নাও বাই যায়।
- চবুজcabujaAdjective
কলপতীয়া; সেউজীয়া; শ্যাম
green
- চবুৰcaburaNoun
অপেক্ষা
waiting
- চবুৰ কৰ্so.bur korVerb-Intran.
to remain inactive or in a state of repose, as until something expected happens
- চবুৰ্Intransitive verb
to wait
- চবৰcabaraNoun
চৰ; যেনে-"ভুকু লাঠি কিল মাৰে চবৰ" (কীৰ্ত্তন)
a slap on the cheek
- চবৰিcabariNoun
ছাল; যেনে-"এহি মৱগ চবৰিত বসিবা কমন" (মা. ক., অৰণ্যকাণ্ড)
skin; hide
- চভিয়াcabhiẏāNoun
ইন্দ্ৰিয়
an organ of sense
- চভিয়া খোৱাso.bhi.ya kho`.waProper Adj.
কাম কৰিবলৈ এলাহ কৰা বা কাম কৰিব নিবিছৰা
disinclined to work
- চভিয়া পৰাso.bhi.ya po.raProper Adj.
কাম কৰিবলৈ এলাহ কৰা বা কাম কৰিব নিবিছৰা
disinclined to work