← ফুৰি যাওক

চবিয়া

cabiẏā

অৰ্থ

1.

'ব'ঠাৰে পানী আঁকোবাল্

to row

সক. ধা.

2.

কোৰেৰে মাটি খান্ বা চাহ কৰ্

to hoe; to cut or dig with a hoe

সক. ধা.

3.

হাতোবাৰে আঘাত কৰ্; থাপ মাৰ্; চাব মাৰ্; . কৱদ

to strike with the claws; to pounce; to dart suddenly upon; to give a quick or sudden stroke

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ