কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আখিনাākhināNoun
আখি।
- আখিন্দাākhindāNoun
ইচ্ছা; অভিপ্ৰায়
desire; object
- আখীয়াākhīẏāAdjective
আখি বা গাঁঠি থকা
full or knots
- আখুটিākhuṭi
হিয় আখটি; আওখটি; আমনি; জেউৰ; যেনে-"সীতাৰ আখুটি ৰামে সহিতে নপাৰি" (গীতি-ৰামায়ণ)
whim; annoyance
- আখেCommon Noun
তপত কেৰাহীত ধান ভাজি তৈয়াৰ কৰা এবিধ জলপান৷ অসমীয়া বিয়াত হোমৰ জুইত দিবলৈ কইনাৰ ভায়েকে দৰাৰ হাতত ইয়াক তুলি দিয়ে৷
a kind of food prepared by frying paddy seeds in hot utensil without applying oil.
- আখেজākhejaNoun
শত্ৰুতা; বৈৰভাব; আক্ৰোশ; হিংসা; অপকাৰ কৰিবৰ ইচ্ছা
enmity; malice; hositlity
- আখেজা-আখেজিNoun
এজনৰ আন এজনৰ প্ৰতি আখেজ; পৰস্পৰৰ প্ৰতি শত্ৰু-ভাব
mutual malice
- আখেনAdposition
অনিৰ্দিষ্টবাচক অৰ্থত, কোনো শ্ৰেণী বা গোটৰ মাজত নিৰ্দিষ্ট নোহোৱাকৈ৷
indefinite article , not any particular or certain one of a class or group.
- আখৈākhaiNoun
ধান, গোমধান আদি ভাজিলে ফুলি উঠা চাউল; এবিধ খাদ্য
fried paddy or Indian corn etc. (free from the husk)
- আখৈ ফুট্
আখৈ ফুটাৰ দৰে স্পষ্টকৈ (কথা) ওলা
to come out distinctly
- আখৈ-গড়ীয়াNoun
ভালকৈ নুফুটি চাউলৰ নিচিনা টান হৈ আখৈ
imperfectly parched paddy etc
- আখৈ-তোলাNoun
বিয়াৰ এটা অনুষ্ঠান; কন্যাৰ সম্পৰ্কীয় এজন মানুহে কিছুমান আখৈ কন্যাৰ হাতত দিয়ে, দৰাই তাৰপৰা সেই আখৈ নি হোমৰ জুইত পেলায়।
- আখৈলাৰুNoun
আখৈত তপত গুড় বা চেনি মিহলাই কৰা এবিধ মিঠৈ
a kind of sweetmeat made of parched paddy and sugar
- আখৈয়াAdjective
আখৈৰ সদৱশ; আখৈৰ নিচনা বগা; . এৰী-পলু (চোবা)।
of the colour of parched paddy
- আখৈয়া গোমNoun
এবিধ বিষাক্ত সাপ [তাৰ গাত আখৈৰ নিচিনা ফুল থাকে গতিকে এই নাম]
a kind of poisonous snake
- আখ্যাākhyāNoun
শব্দৰ দ্বাৰা কোনো এটা মানুহ বা বস্ত্তক বুজুওবা যায়; উপাধি; নাম
a name; epithet; designation
- আখ্যা দেa.khya deVerb-Trans.
to give a specific name or category to somebody/something
- আখ্যাতAdjective
যাৰ নাম কোবা হৈছে; কথিত; উল্লিখিত
spoken; mentioned
- আখ্যানa.khyanCommon Noun
বহুদিনৰপৰা লোকৰ মুখে মুখে চলি অহা বা শুনা কথা ।
a traditional story from the past which may not be true.
- আখ্যানকাৰCommon Noun
আখ্যান লিখা বা কোৱা ব্যক্তি
a person who creates or tells fables