← ফুৰি যাওক

আখ্যান

a.khyan

অৰ্থ

1.

বহুদিনৰপৰা লোকৰ মুখে মুখে চলি অহা বা শুনা কথা ।

a traditional story from the past which may not be true.

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

সাধু, গল্প, উপন্যাস আদিত কাহিনীৰ দীঘলীয়া বৰ্ণনা৷

description of events, especially in story, novel or poem

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

3.

মানুহৰ মাজত প্ৰচলিত বিশ্বাস৷

a popular belief that is probably not true.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ