কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দাঁত-কামোৰdat-ka.mo`rAbstract Noun
অধিক বল পাবৰ কাৰণে বা খঙত ওপৰৰ দাঁতেৰে তলৰ ওঠ কামোৰি ধৰা৷
to press the lower teeth with the upper ones, as in doing something laborious or in anger.
- দাঁত-কামোৰ খা
কোনো বস্ত্ত চোবাওঁতে অকস্মাৎ দাঁতৰ মাজত ওঁঠ বা জিভা সোমাই ওঁঠত বা জিভাত আঘাত পা
to have a cut or pain in the lip owing to its being accidentally bitten by the teeth
- দাঁত-খৰিকা
খৰিকা ল; খৰিকাৰে দাঁত পৰিষ্কাৰ কৰ্
to pick the teeth
- দাঁত-মাজনী
দাঁত মজা বা ঘঁহা কুঁচি
a tooth brush
- দাঁত-শিকৰNoun
দাঁতৰ গুৰিত বন্ধ যোবা চূণৰ নিচিনা টান মলি
the tartar of the teeth
- দাঁত-শূল
দাঁতৰ বিষ
tooth-ache
- দাঁত-সৰাহিNoun
কোনো পীড়াৰ গতিকে মেলিব নোবৰা হৈ দাঁত চেপা বা কামোৰ খাই ধৰা অবস্হা; দাঁত-কপাটি
lock-jaw
- দাঁতনNoun
দাঁত ঘঁহা বস্ত্ত; ; দাঁতনী দাঁত ঘঁহা কাঠী বা গছৰ সৰু ঠালি
tooth powder; tooth brush ; a small twig to clean the teeth with
- দাঁতনীda~.to.niMaterial Noun
দাঁত পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰকৰা সৰু বুৰুজ
a brush for cleaning teeth
- দাঁতনীকাঠীda~.to.ni.ka.thiMaterial Noun
দাঁত পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰকৰা সৰু বুৰুজ
a brush for cleaning teeth
- দাঁতবুৰুজda~t.bu.rujMaterial Noun
দাঁত পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰকৰা সৰু বুৰুজ
a brush for cleaning teeth
- দাঁতমঙহিNoun
দাঁতৰ গুৰিৰ মঙহ অৰ্থাৎ আলু উখহা এবিধ ৰোগ
a swelling of the gum
- দাঁতশিৰা
দাঁতৰ গুৰিত থকা শিৰত হোবা বেদনা
a painful swelling of the gum
- দাঁতিdām̐tiNoun
আমনি; বেজাৰ; দিগ
vexation; trouble
- দাঁতি উঠ্dām̐ti, uṭh
ছয়োটা দাঁত সলাই পূৰ্ণ-বয়স পা; দাঁত সলাই হালৰ উপযুক্ত হ
to be of full growth after having changed the first teeth
- দাঁতি-কাষdām̐ti-kāṣaNoun
কোনো দেশৰ দাঁতি বা সীমাৰ কাষৰ ঠাই; কাষৰীয়া ঠাই
a bordering place; a frontier
- দাঁতি-গিৰীdām̐ti-girīNoun
গাঁও বা নগৰৰ সীমাৰ বৰ-গছত থকা এজাতি ভূত
spirit supposed to live in the border of a town or village
- দাঁতিকাষৰীয়াda~.ti.ka.xo.ri.yaProper Adj.
কম দূৰত বা ব্যৱধানত থকা
situated at a short distance or interval.
- দাঁতিনীdām̐tinīNoun
উজলা দাঁত থকা তিৰোতা; . পু
a woman with projecting teeth
- দাঁতিপাৰdām̐tipāraNoun
নগৰৰ বা কোনো স্হানৰ সীমাৰ বাহিৰৰ ঠাই
a place outside the border of a particular locality