← ফুৰি যাওকদাঁতিকাষৰীয়াda~.ti.ka.xo.ri.yaঅৰ্থ1.কম দূৰত বা ব্যৱধানত থকাsituated at a short distance or interval.প্ৰকৃত বিশেষণসমাৰ্থক শব্দঅচৰ্নাতিদূৰ2.Situated at a short distance.প্ৰকৃত বিশেষণসমাৰ্থক শব্দওচৰাউচৰি · o`.so.ra.u.so.riনিকটৱৰ্তী · ni.ko.to.bor.tiনিকটৱৰ্ত্তী · ni.kot.bor.tiপাৰ্শ্বৱৰ্তী · par.swo.wor.tiসমীপস্থ · xo.mi.pos.thoসমীপৱৰ্ত্তী · xo.mi.po.bor.tiউৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ