কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এণ্ডিজen.dijProper Noun
দক্ষিণ আমেৰিকাত থকা পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা৷ প্ৰায় ৭০০০ কিলোমিটাৰ দীঘল৷
The Andes is the longest continental mountain range in the world. It is a continual range of highlands along the western coast of South America. This range is about 7,000 km (4,300 mi) long, about 200 km (120 mi) to 700 km (430 mi) wide (widest between 18° south and 20° south latitude), and of an average height of about 4,000 m (13,000 ft). The Andes extend from north to south through seven South American countries: Venezuela, Colombia, Ecuador, Peru, Bolivia, Chile, and Argentina.
- এণ্ডিজ পৰ্বতমালাen.dij por.bot.ma.laProper Noun

- এতদৰ্থেetadartheAdverb
এই উদ্দেশ্যে; এই নিমিত্তে; এই কাৰণে
for this reason or purpose
- এতমানetamānaAdjective
ইমান; যেনে-"বিৰহতে এতমান সাধিল ভকতি" (দশম)
so much
- এতলাetalāNoun
জাননী; ডাঙৰ লোকলৈ দিয়া সম্বাদ
notice; information submitted; a report
- এতাদৃশe.ta.drixProper Adj.
কোনো মানুহ, জীৱ-জন্তু অথবা আন কোনো বস্তুৰ গুণ, পৰিমাণ আদিৰ কথা উল্লেখ কৰিবলৈ ব্যৱহাৰ হয়| যেনেঃ এনেকুৱা মানুহৰ পৰা উপায় নাই|
Of the kind, character, degree, extent, etc., of that or those indicated or implied.
- এতাদৱশetādawaśaAdjective
এই ৰকমৰ; এনে; এই নিচিনা; এইৰূপ
similar to this; such
- এতাবন্তetābantaAdjective
এনেকুবা; এতাদৱশ; ইমান। যেনে-"এতাবন্ত মূৰ্ত্তিশূন্য' (নামঘোষা)।
- এতাবৎetābatAdjective
ইমানাখনি পৰিমাণ; এই পৰ্য্যন্ত
this much
- এতালিetāliNoun
সঙ্গীতৰ সমলয়-যুক্ত তাল- বিশেষ।
- এতাৱন্তe.ta.won.toProper Adj.
কোনো মানুহ, জীৱ-জন্তু অথবা আন কোনো বস্তুৰ গুণ, পৰিমাণ আদিৰ কথা উল্লেখ কৰিবলৈ ব্যৱহাৰ হয়| যেনেঃ এনেকুৱা মানুহৰ পৰা উপায় নাই|
Of the kind, character, degree, extent, etc., of that or those indicated or implied.
- এতিক্ষণetikṣaṇaAdverb
এতিয়াই; এই সময়তে।
- এতিক্ষণেetikṣaṇeAdverb
এতিয়াই; এই সময়তে।
- এতিখিনিetikhiniNoun
ইমানবোৰ
so much; so many
- এতিপাe.ti.paProper Adj.
আকাৰ বা পৰিসৰৰ ক্ষেত্ৰত গড় হিচাপতকৈ কম
Being below the average in size or magnitude.
- এতিপামানe.ti.pa.manProper Adj.
আকাৰ বা পৰিসৰৰ ক্ষেত্ৰত গড় হিচাপতকৈ কম
Being below the average in size or magnitude.
- এতিয়াetiẏāAdverb
এই মুহূৰ্ত্তত; এই সময়ত
now; at present
- এতিয়াইetiẏāiAdverb
ঠিক এই সময়তে; তত্ক্ষণাৎ; পলম নকৰাকৈ
instantly; presently
- এতিয়াওe.tiyao`Adverb
বৰ্তমান সময়লৈকে চলি থকা বুজাবলৈ ব্যৱহাৰ কৰা হয় |
Used to describe a situation that has existed up to this point or up to the present time.
- এতিয়ালৈe.ti.ya.loiAdverb