এতিয়া
etiẏā
অৰ্থ
1.
এই মুহূৰ্ত্তত; এই সময়ত
now; at present
ক্ৰি. বিণ.
2.
এই সময়; যেনে-"এতিয়াৰ কথা বেলেগ
this or present time
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
etiẏā
এই মুহূৰ্ত্তত; এই সময়ত
now; at present
ক্ৰি. বিণ.
এই সময়; যেনে-"এতিয়াৰ কথা বেলেগ
this or present time
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ